ক্ৰীড়া

খেলপথাৰত শ্ৰীশান্ত আৰু গৌতম গম্ভীৰৰ মাজত তুমুল বিবাদ

'তুমি এজন FIXER…'কোহলিৰ পিছত এইবাৰ শ্ৰীশান্তখেলপথাৰত শ্ৰীশান্ত আৰু গৌতম গম্ভীৰৰ মাজত তুমুল বিবাদসামাজিক মাধ্যমত গম্ভীৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে শ্ৰীশান্তেদন্দুৰা বুলি অভিহিত কৰিলে গম্ভীৰক লেজেণ্ড লীগ...

দুভৰিৰ যাদু, মিৰ্জাত আয়োজন ডায়েট ফুটবল টুৰ্নামেণ্টৰ

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ, চমুকৈ ডায়েট কামৰূপে অহা ১৩-১৫ ডিচেম্বৰ ২০২৩ত এখনি সদৌ অসম ডায়েট ফুটবল টুৰ্নামেণ্টৰ আয়োজন কৰিছে। ৰাজ্যৰ শিক্ষা আৰু...

হঠাৎ চৰ্চালৈ আহিছে এম এছ ধোনীৰ নাম

ৱেষ্ট ইণ্ডিজ দলৰ নতুন প্রশিক্ষক মহেন্দ্র সিং ধোনী! পাকিস্তান দলৰ নতুন প্রশিক্ষক অজয় জাডেজা! এতিয়া ক্রিকেট বিশ্বত এইমৰ্মে চলিছে ব্যাপক চৰ্চা। ৱেষ্ট ইণ্ডিজ দলৰ বৰ্তমানৰ টেষ্ট...

ভাৰতীয় দবাত ইতিহাস, ভাতৃৰ পাছত গ্রেণ্ডমাষ্টাৰ হ’ল জ্যেষ্ঠ ভগ্নী

ভাৰতীয় দবাত ইতিহাসভাতৃৰ পাছত গ্রেণ্ডমাষ্টাৰ হ’ল জ্যেষ্ঠ ভগ্নীগ্রেণ্ডমাষ্টাৰ উপাধি লাভ কৰিলে বৈশালী ৰমেশবাবুৱেবৈশালী গ্রেণ্ডমাষ্টাৰ উপাধি লাভ কৰা ৩য়গৰাকী ভাৰতীয় মহিলাবৈশালীৰ ভাতৃ ৰমেশবাবু প্রজ্ঞানন্দ পূৰ্বে...

মুখ্য প্ৰশিক্ষক হিচাপে পুনৰ দ্ৰাবিড়ক দিলে দায়িত্ব

আজিৰ পৰা ১০দিন পূৰ্বে এদিনীয়া বিশ্বকাপ চেম্পিয়নৰ খিতাপ জিনিছিল অষ্ট্ৰেলিয়াই। ইয়াৰ পিছতেই হতাশাত ভুগিছিল ভাৰতীয় ক্ৰিকেটৰ কোটি-কোটি অনুৰাগীৰ লগতে টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈসকল। একেই...

Popular