ক্ৰীড়া

কোহলীক লগ কৰিবলৈ গুৱাহাটীৰ যুৱকে খৰচ কৰিলে ২৩,৪০০ টকা

গুৱাহাটীৰ শান্তিপুৰৰ ৰাহুল ৰয়ে নিজৰ প্ৰিয় ক্ৰিকেটাৰজনৰ সৈতে ছেলফি লোৱাৰ বাবে ২৩,৪০০ টকা খৰচ কৰিলে। যুৱকজনে ২ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ২য়...

বর্ষাপাৰা T20লৈ মাজত আৰু ৬ দিন

৩১ হাজাৰ টিকট বিক্ৰী কৰি বর্ষাপাৰা টি 20ৰ বাবে সাজু হৈছে অসম ক্ৰিকেট সন্থা। খেল উপভোগ কৰিবলৈ সাজু ক্ৰিকেট অনুৰাগী। টিকট লাভ কৰি কোনো...

অসমে আশা কৰিছে ২০টা সোণৰ পদক

ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২ৰ বাবে সাজু অসমকেইবাগৰাকীও তাৰকা খেলুৱৈৰ উপস্থিতিত আত্মবিশ্বাস দৃঢ় অসম দলৰঅসমৰ লক্ষ্য প্ৰথম ৫টা স্থানইতিমধ্যে ভাগে ভাগে দলসমূহ ৰাওনা হৈছে গুজৰাটলৈনতুন দিল্লীত...

ইতিহাস ৰচিলে অসম সন্তান এলভিচ আলী হাজৰিকাই!

অসমলৈ পুনৰ গৌৰৱ কঢ়িয়ালে এলভিচ আলী হাজৰিকাই। অৱশেষত নৰ্থ চেনেল সাঁতুৰি পাৰ হ’ল এলভিচ। ১৪ ঘণ্টা ৩৮ মিনিটত নৰ্থ চেনেল পাৰ হয় এলভিচে। নৰ্থ...

বিশ্বৰ সৰ্বোচ্চ গিৰিপথ উম-লিং-লালৈ ‘এক্সপ্ল’ৰাৰ্ছ’ৰ সফল বাইক অভিযান

বর্তমান বিশ্বৰ সর্বোচ্চ গাড়ী যাব পৰা পথ ১৮,৩৭৯ ফুট উচ্চতাৰ খাৰ-ডুং-লা নহয়। ২০২১ চনৰ ২৯ ডিচেম্বৰৰ দিনা দেশৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে লাডাখ-হিমালয়ত উদ্বোধন...

Popular