ক্ৰীড়া

IPL ২০২৪ৰ পৰা বাহিৰ হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

সপোন বাস্তৱ নহ’ল বিৰাট কোহলিৰ RCBৰIPL ২০২৪ৰ পৰা বাহিৰ হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুফাইনেলৰ ৰণৰ বাবে এখোজ আগুৱালে ৰাজস্থান ৰয়েলছELIMINATORত ৰিয়ানৰ চমকপ্ৰদ প্ৰদৰ্শন আহেমদাবাদত প্লে অফত...

অসম পেৰালিম্পিক সন্থাৰ উদ্যোগত গুৱাহাটীত ৰাজ্যিক ব’চিয়া চেম্পিয়নশ্বিপৰ সফল সামৰণি

গুৱাহাটী, ২০ মে’ : অসম পেৰালিম্পিক সন্থাৰ উদ্যোগত যোৱা শনিবাৰে গুৱাহাটীত সফলতাৰে অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক সদৌ অসম আন্তঃজিলা ব’চিয়া চেম্পিয়নশ্বিপ৷ উল্লেখ্য যে ব’চিয়া...

আহমেদাবাদত বিনামূলীয়াকৈ প্লে-অফ মেচ উপভোগ কৰাৰ সুযোগ অনুৰাগীৰ

আহমেদাবাদত বিনামূলীয়াকৈ প্লে-অফ মেচ উপভোগ কৰাৰ সুযোগ অনুৰাগীৰ ৰাজস্থান ৰয়েলছ আৰু এইচ এম ডিৰ যৌথ প্ৰচেষ্টাত অনলাইন প্ৰতিযোগিতা নতুন দিল্লী, ১৮ মে’ : ৰাজস্থান ৰয়েলছে চলিত...

অসমলৈ সম্প্ৰসাৰণ হ’ল ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ পিংক প্ৰ’মিছ পদক্ষেপ

গুৱাহাটী, ১৭ মে’ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে খেলৰ লগতে সমান্তৰালকৈ সামাজিক বিকাশৰ দিশতো সক্ৰিয় ভূমিকা পালন কৰি আহিছে৷...

বৰ্ণাঢ্য ফুটবল কেৰিয়াৰ সামৰিবলৈ সাজু হৈছে সুনীল ছেত্ৰী

ভাৰতীয় ফুটবলৰ এটা যুগৰ হ’ব অৱসানবৰ্ণাঢ্য ফুটবল কেৰিয়াৰ সামৰিবলৈ সাজু হৈছে সুনীল ছেত্ৰীকলকাতাত ৬ জুনত ভাৰতৰ হৈ অন্তিম খেল খেলিব ছেত্ৰীয়েবিশ্বকাপৰ যোগ্যতা অৰ্জনৰ বাবে...

Popular