ৰাজনীতি

UNIFORM CIVIL CODE প্ৰৱৰ্তনৰ দিশে উত্তৰাখণ্ড

পুষ্কৰ সিং ধামী বিজেপি চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপকেবিনেটৰ অনুমোদনৰ পিছত ৬ ফেব্রুৱাৰীত UCC দাখিল হ’ব সদনত ইতিমধ্যে গোৱাত প্ৰৱৰ্তন হৈছে UNIFORM CIVIL CODE উত্তৰাখণ্ডৰ পাছত...

ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে শপত লোৱালে ছোৰেনক

জল্পনা–কল্পনাৰ অৱসান ঘটাই ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী চম্পাই ছোৰেন ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে শপত লোৱালে ছোৰেনক ঝাৰখণ্ডৰ দ্বাদশজন মুখ্যমন্ত্ৰীৰূপে শপত ললে ৭বাৰৰ বিধায়ক ছোৰেনে ঝাৰখণ্ডত JMM–কংগ্ৰেছ জোঁট...

যোৰহাট নে নগাঁৱত ভোটযুদ্ধত নামিব সাংসদ গৌৰৱ?

লাহে লাহে শাসক-বিৰোধীৰ চক্ৰবেহুত তৰুণ তনয়গৌৰৱ গগৈক ওফৰাবলৈ ইখনৰ পাছত সিখন ব্লুপ্ৰিণ্টয’ত নিৰ্বাচন খেলিব তাতেই হৰুৱাবলৈ জটিল ভোটৰ অংককংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ দুঠাইত গৌৰৱ গগৈৰ...

অতি শীঘ্ৰে প্ৰযোজ্য হ’ব CAA

বিতৰ্কৰ মাজতে CAA কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰৰ তৎপৰতাবাজেট অধিবেশনতে CAAৰ ধাৰা উত্থাপনৰ পৰিকল্পনা!সংসদীয় অনুমোদন পালেই ‘গেজেট নটিফিকেশ্যন’ নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ CAAৰ নাম আহিলেই জ্বলি...

ভূপেন বৰাক শাৰীৰিকভাৱে আক্ৰমণৰ ঘটনাক গৰিহণা অসমৰ ১০০গৰাকী লেখক, বুদ্ধিজীৱীৰ

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাক নিন্দা কৰি সংবাদ মাধ্যমলৈ প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিলে অসমৰ ১০০গৰাকী লেখক, বুদ্ধিজীৱি তথা বিশিষ্ট ব্যক্তিয়ে... প্ৰেছ...

Popular