ৰাষ্ট্ৰীয়

৮ বছৰ আগৰ এটা ঘটনাই কৌতুহলৰ সৃষ্টি কৰি আহিছে ভাৰতীয় ক্ৰিকেটত!

৮ বছৰ আগৰ এটা ঘটনাই কৌতুহলৰ সৃষ্টি কৰি আহিছে ভাৰতীয় ক্ৰিকেট মহলত। ২০১৩ চনৰ পৰা IPLত যুজৱেন্দ্র চাহালে ধাৰাবাহিক বাবে স্থান পাবলৈ সক্ষম হৈছে।...

এতিয়াৰে পৰা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত উপলব্ধ হ’ব কভিশ্বিল্ড, কভাক্সিন বুষ্টাৰ ড’জ!

এতিয়াৰে পৰা দেশত ক'ভিড-১৯ৰ বুষ্টাৰ ড'জ ব্যক্তিগতখণ্ডৰ ভেকচিন কেন্দ্ৰ বিলাকত দিয়া হ'ব বুলি চৰকাৰে ঘোষণা কৰিছে। ইয়াৰ লগে লগে ভেকচিন উৎপাদন কৰা প্ৰতিষ্ঠান ছিৰাম...

ৰাজনীতিৰ পথাৰত ক্লীন ব’ল্ড হ’ল ইমৰান খান!

ৰাজনীতিৰ পথাৰত ক্লীন ব’ল্ড হ’ল ইমৰান খানপাকিস্তানৰ প্ৰধানমন্ত্ৰী পদৰ পৰা ক্ষমতাচ্যুত ইমৰান খানপাকিস্তানৰ সংসদত অনাস্থা ভোটত মুখথেকেচানিশা ১২.৩০ বজাত অনুষ্ঠিত হৈছিল অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণভোটগ্ৰহণ...

ভাঙি পেলোৱা হ’ব চুপাৰটেক টুইন টাৱাৰ

নয়ডাৰ চেক্টৰ-৯৩-এৰ চুপাৰটেক এমাৰ্ল্ড ক'ৰ্টত নিৰ্মিত দুটা টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ আগতে দেওবাৰে এটা পৰীক্ষামূলক বিস্ফোৰণ সংঘটিত কৰা হ'ব। বিষয়াসকলে জনোৱা অনুসৰি এই পৰীক্ষামূলক...

দেশৰ এখন চহৰত নিষিদ্ধ কৰা হ’ল লাউডস্পীকাৰ। কিয় নিষিদ্ধ কৰা হ’ল লাউডস্পীকাৰ? জানেনে!

ভাৰতৰ ৰাজস্থানৰ এখন চহৰত নিষিদ্ধ কৰা হ'ল লাউডস্পীকাৰ। ৰাজস্থানৰ আজমেৰ প্ৰশাসনে সকলো ধৰ্মীয় অনুষ্ঠান আৰু সকলো ৰাজহুৱা স্থানত নিষিদ্ধ কৰিলে লাউডস্পীকাৰ। শব্দ প্ৰদূষণ প্ৰতিৰোধ...

Popular