ৰাষ্ট্ৰীয়

আদিত্য-L1এ সূৰ্য অভিমুখে অব্যাহত ৰাখিছে যাত্ৰা

পৃথিৱীৰ চৌদিশে প্রদক্ষিণৰত আদিত্য-L1ৰ ৪ৰ্থটো কক্ষপথ সলনি পৃথিৱীৰ পৰা নিকটৱৰ্তী ২৬৫ কিঃমিঃ আৰু দূৰৱৰ্তী ১,২১,৯৭৩ কিঃমিঃৰ কক্ষপথত আদিত্য-L1 এক ডিম্বাকৃতিৰ কক্ষপথত পৃথিৱীৰ চৌপাশে বিচৰণ আদিত্য-L1ৰ শুকুৰবাৰে পুৱা...

এছিয়া কাপৰ ফাইনেলত ভাৰত

এছিয়া কাপৰ ফাইনেলত ভাৰতপাকিস্তানৰ পিছত শ্ৰীলংকাক পৰাস্ত কৰিলে ভাৰতেচাপত পৰাৰ পিছতো ৪১ ৰানত জয় সাব্যস্ত টীম ইণ্ডিয়াৰপাকিস্তানৰ বিৰুদ্ধে বেটিং বিক্ৰমৰ পিছত শ্ৰীলংকাৰ বিৰুদ্ধে দুৰ্বল...

ইণ্ডো ৰাছিয়ান কৰ্মশালালৈ ৰাছিয়ান প্ৰতিনিধিবৰ্গক আমন্ত্ৰণ জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

চেন্নাইত অনুষ্ঠিত হ'বলগীয়া পূব সামুদ্ৰিক কৰিড'ৰ সংক্ৰান্তীয় ইণ্ডো ৰাছিয়ান কৰ্মশালালৈ ৰাছিয়ান প্ৰতিনিধিবৰ্গক আমন্ত্ৰণ জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাছিয়াৰ সুদূৰ পূব অঞ্চল আৰু ভাৰতৰ বন্দৰ...

আন্তজাৰ্তিক ক্ৰিকেটত নতুন অভিলেখ স্পৰ্শ বিৰাট কোহলি, ৰোহিত শৰ্মাৰ

ভাৰতীয় দলৰ ২ জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলি আৰু ৰোহিত শৰ্মা। উভয়ে ক্ৰিকেট বিশ্বত এটাৰ পিছত এটাকৈ সৃষ্টি কৰিছে অভিলেখ। সোমবাৰে এদিনীয়া আন্তৰ্জাতিকত ১৩ হাজাৰ...

‘ডিজেল গাড়ীৰ নিৰ্মাণ শীঘ্ৰে বন্ধ কৰক’

বায়ু প্ৰদূষণৰ বাবে অন্যতম জগৰীয়া গাড়ীত ইন্ধন হিচাপে ডিজেলৰ ব্যৱহাৰ কমাবলৈ বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ মাজতে দেশজুৰি অব্যাহত আছে ডিজেল গাড়ীৰ চাহিদা। ডিজেল গাড়ীৰ...

Popular