ৰাষ্ট্ৰীয়

এণ্টি-টেংক গাইডেড মিছাইল ‘হেলিনা’ৰ সফল পৰীক্ষণ সম্পন্ন

আজি পোখৰাণত দেশৰ উচ্চ ক্ষমতাৰ এণ্টি-টেংক গাইডেড মিছাইল 'হেলিনা'ৰ সফল পৰীক্ষণ কৰা হয়। ভাৰতীয় সেনা, ভাৰতীয় বাযুসেনা আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ বিজ্ঞানীসকলে...

গুজৰাটৰ ৰাসায়নিক কাৰাখানাত বিস্ফোৰণ! ৬ শ্ৰমিকৰ থিতাতে মৃত্যু

গুজৰাটৰ আৰক্ষীয়ে জনোৱা অনুসৰি গুজৰাটৰ ভাৰুচ জিলাৰ এটা ৰাসায়নিক কাৰাখানাত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত ৬জন শ্ৰমিকৰ লগে লগে মৃত্যু হয়। জানিবপৰা মতে ঘটনাটো...

আমিষ-নিৰামিষ খাদ্য খোৱাক লৈ JNUত লংকাকাণ্ড!

আমিষ-নিৰামিষ খাদ্য খোৱাক লৈ JNUত লংকাকাণ্ডনিশা বিশ্ববিদ্যালয়খনত দুটা ছাত্ৰদলৰ মাজত প্ৰচণ্ড মাৰপিটমাৰপিটত গুৰুতৰভাৱে আহত কেইবাজনো ছাত্ৰABVPৰ সমৰ্থকে আমিষ খাদ্য খোৱাত বাধা দিয়াৰ অভিযোগৰাম নৱমী...

অস্থিৰ পাকিস্তানে অদূৰ ভৱিষ্যতত সুস্থিৰে থাকিবলৈ দিবনে ভাৰতবৰ্ষক!

✒️ অচিন্ত্য শৰ্মা ইছলামাবাদৰ ঘটনাক্ৰমে কেনেদৰে প্ৰভাবিত কৰিব নতুন দিল্লীৰ সিদ্ধান্তক? বৰ্তমান এনেবোৰ প্ৰশ্নই উত্থাপিত হ'বলৈ লৈছে বিভিন্নজনৰ মনত। কাৰণ সাম্প্ৰদায়িক ৰক্তবন্যাৰে ভাৰতবৰ্ষক খণ্ডিত কৰি...

কেতিয়া শেষ হ’ব ক’ভিডৰ সংক্ৰমণ?

ক'ভিডৰ সংক্ৰমণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে প্ৰকাশ কৰে যে, কৰ'না ভাইৰাছ এতিয়ালৈকে শেষ হোৱা নাই, ই পুনৰ উদ্ভৱ হৈছে। কৰ'না ভাইৰাছে মানুহক মহামাৰীৰ...

Popular