নিক জ’নাছৰ অবিহনে পৰিনীতিৰ বিয়ালৈ আহিব প্ৰিয়ংকা চোপ্ৰা

মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু পৰিনীতি চোপ্ৰাৰ সম্পৰ্কৰ বিয়য়ে হয়তো আপুনিও জানে। সম্পৰ্কত দুয়ো বায়েক-ভনীয়েক।

গাত মাহ হালধি সানিবলৈ সাজু হৈছে পৰিনীতি। ২৪ ছেপ্তেম্বৰ তাৰিখে ৰাঘৱ আৰু পৰিনীতি বিবাহ পাশত আৱদ্ধ হ’ব। এনে সময়ত প্ৰিয়ংকাৰ অনুৰাগীসকলে জানিব বিচাৰিছে যে তেওঁ ভাৰতলৈ কেতিয়া আহিব।

শেহতীয়া এক প্ৰতিবেদন অনুসৰি ২৩ তাৰিখে প্ৰিয়ংকা ভাৰতলৈ আহিব আৰু তাৰ পৰা পোনে পোনে উদয়পুৰলৈ যাব। তেওঁৰ লগত তেওঁৰ সন্তান মাল্টিও ভাৰতলৈ আহিব। এই প্ৰতিবেদনৰ মতে ব্যস্ততাৰ বাবে পৰিনীতিৰ বিয়ালৈ অহাৰ সম্ভাৱনা নাই নিক জ’নাছৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনি বিজ্ঞানী

ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ২০২৬ চনৰ Stanford/Elsevier Top...

ডুবাই যোৱাৰ সপোন দেখোঁতেই বিমান হ’ল মিছ! নিচাসক্ত অৱস্থাত বিমানবন্দৰৰ পাৰ্কিঙতে টোপনি গ’ল যাত্ৰী

ডুবাই যোৱাৰ পৰিকল্পনা আছিল, কিন্তু বিমানত উঠাৰ সলনি বিমানবন্দৰৰ...

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫০ টকালৈ বৃদ্ধি, ডিজেলৰ শুল্ক হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কেন্দ্ৰৰ

পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে...

আমেৰিকাৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰাণঘাতী আক্ৰমণ ,১৬ বছৰীয়া কিশোৰৰ গুলীচালনাত নিহত চাৰিজন

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল প্ৰাথমিক বিদ্যালয়ত...