ৰাষ্ট্ৰীয়

ইটালীৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ ১২৫গৰাকী যাত্ৰী ক’ভিড পজিটিভ

দেশত দৈনিক নতুন নতুন ক'ভিড আক্ৰান্তৰ তথ্য পোহৰলৈ আহিছে। এইবাৰ ইটালীৰ পৰা অমৃতসৰলৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানত থকা ১২৫গৰাকী যাত্ৰী সংক্ৰমিত হৈছে। মুঠ ১৯১গৰাকী...

দেশত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ, ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৯০ হাজাৰৰো অধিক!

দেশত কৰ’নাৰ সংক্ৰমণৰ ভয়াৱহ ৰূপ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৯০ হাজাৰৰো অধিকবুধবাৰৰ তুলনাত ৫৬.৫ শতাংশ বৃদ্ধি আক্ৰান্তৰ হাৰসমান্তৰালভাৱে বৃদ্ধি পাইছে অমিক্ৰনৰ সংক্ৰমণোদেশত ২২০০ৰো অধিক লোক...

শিক্ষানুষ্ঠানত সূৰ্য নমস্কাৰ কিয়? তীব্ৰ আপত্তি অল ইণ্ডিয়া মুছলিম ল’ ব’ৰ্ডৰ

দেশত এইবাৰ সূৰ্য নমস্কাৰক লৈ বিতৰ্ক। শিক্ষানুষ্ঠানত সূৰ্য নমস্কাৰ আয়োজন কৰিবলৈ দিয়াক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। সূৰ্য নমস্কাৰৰ বিৰোধীতা মুছলিম সংগঠনৰ। মুছলিম সংগঠনৰ মন্তব্য...

বিমান বন্দৰলৈকে প্ৰাণ লৈ উপস্থিত হ’লোহি, মুখ্যমন্ত্ৰীক ধন্যবাদ জনালো বুলি কবা, বিষয়াসকলক উদ্দেশ্যি মোদীৰ মন্তব্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱৰ ফিৰোজপুৰত এখন নিৰ্বাচনী জনসভা আছিল। কৃষক আন্দোলন সমাপ্ত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে পঞ্জাৱলৈ গৈছিল। বেয়া বতৰৰ বাবে বাথিণ্ডাৰ পৰা গাড়ীৰে...

অমিতাভ বচ্চনৰ কৰ্মচাৰী ক’ভিড পজিটিভ, ৩১জন লোক সন্মুখীন হ’ব কভিড টেষ্টৰ

বিগ বি অমিতাভ বচ্চনৰ আবাসগৃহৰ এজন লোকৰ দেহত পোৱা গৈছে কভিড ভাইৰাছ। ইয়াৰ পিছতে মুঠ ৩১জন কৰ্মচাৰীৰ কভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পূৰ্বে...

Popular