মমতা বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ মাৰণাস্ত্ৰ চুৰি; চোৰ অসমৰ!

  • পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ মাৰণাস্ত্ৰ চুৰি
  • অসমৰ চোৰে লুটিলে মমতা বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ মাৰণাস্ত্ৰ
  • ৰেলতে পশ্চিম বংগ আৰক্ষীৰ মাৰণাস্ত্ৰ চুৰি কৰিলে চোৰে
  • অসমৰ পৰা পশ্চিম বংগলৈ ঘুৰি যোৱা অৱস্থাত সংঘটিত হয় এই ঘটনা
  • কোকৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ তপন বৰ্মন নামৰ চোৰটোক
  • পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তপন বৰ্মন নামৰ চোৰটোক
  • চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ হৈছে দুটাকৈ মাৰণাস্ত্ৰ
  • কোচবিহাৰত মাটিত পুটি ৰাখিছিল দুয়োটা মাৰনাস্ত্ৰ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...