গণসমাৱেশ বন্ধ কৰক; কেন্দ্ৰলৈ আহ্বান উচ্চ ন্যায়ালয়ৰ

0 61
  • নিৰ্বাচনমুখী ৰাজ্যত সমাবেশ-সভা বন্ধ কৰক
  • কেন্দ্ৰক গণসমাৱেশ বন্ধ কৰাৰ আহ্বান
  • অমিক্ৰনৰ পৰিপ্ৰেক্ষিতত সকীয়নি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ
  • ভেকচিনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ পদক্ষেপক প্ৰশংসা কৰি এই আহ্বান
  • টিভি-বাতৰি কাকতৰ জৰিয়তে প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান
  • বিশ্বৰ বহু দেশত জাৰি কৰা নিষেধাজ্ঞাৰ প্ৰসংগও উল্লেখ

Leave A Reply

Your email address will not be published.