বন্ধ নহয় গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ‘মিডিয়াম ৱেভ’ সেৱা

অসমবাসীৰ বাবে সুখবৰ। বন্ধ নহয় গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ‘মিডিয়াম ৱেভ’ সেৱা। ‘মিডিয়াম ৱেভ’ সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত স্থগিত ৰখা হৈছে। প্ৰচাৰ ভাৰতীৰ কৰ্তপক্ষই দিলে এই নিৰ্দেশ। আকাশবাণী গুৱাহাটীলৈ আহিল দিল্লীৰ চিঠি। শেহতীয়াকৈ প্ৰচাৰ ভাৰতীয়ে ‘মিডিয়াম ৱেভ’ বন্ধ কৰাৰ সিদ্ধান্ত লোৱাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। NKTVটো এই বিষয়ে সম্প্ৰচাৰ হৈছিল ধাৰাবাহিক বাতৰি। তাৰপিছতেই প্ৰচাৰ ভাৰতীৰ পত্ৰত এতিয়া স্বস্তিৰ নিঃশ্বাস এৰিছে গুৱাহাটী আকাশবাণীৰ অংশকালীন ঘোষক-ঘোষিকাৰ লগতে ৰাজ্যৰ নিয়মীয়া ৰেডিঅ’ শ্ৰোতাসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ACS বিষয়া দেৱেশ্বৰ বৰা অনিয়মৰ কাহিনী শুনিলে আপোনাৰে চকু কপালত উঠিব

প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ এগৰাকী বিষয়াৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতি আৰু...

বিধানসভালৈ পুনৰ আহি আছে অগ্নিকন্যা; নন্দীগ্ৰামত চলিবনে মমতা বেনাৰ্জীৰ যাদু?

পুনৰ চৰ্চাত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী। ২০২৬...

স্মৃতিৰ এবছৰ, ন্যায়ৰ অপেক্ষাঃ প্ৰবাসী অসমীয়াৰ ভাষ্যই ন্যায় প্ৰাপ্তিত সহায় কৰিবনে ঈশ্বৰ পুত্ৰৰ!

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো...

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ! আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰামানুজৰ

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ? কাৰাগাৰৰ পৰা ওলাই...