কামৰূপ(ম) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা ক’ভিড পজিটিভ

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আক্ৰান্ত হৈছে ক’ভিডত। ক’ভিড টেষ্টৰ সময়ত ধৰা পৰে ক’ভিড পজিটিভৰ কথা। উপায়ুক্তগৰাকীৰ সৈতে সংস্পৰ্শলৈ অহা সকলো লোককে ক’ভিড টেষ্ট কৰাৰ আহ্বান। ইয়াৰ লগতে প্ৰশাসনে বান্ধি দিয়া সকলো লোককে ক’ভিড বিধিসমূহ মানি চলাৰ আহ্বান উপায়ুক্তগৰাকীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অৱশেষত ৬০ বছৰৰ মূৰত লাভ কৰিলে BA পাছৰ চাৰ্টিফিকেট! মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জোৰামথাংগাৰ আমোদজনক কাহিনী

গুৱাহাটী বিশ্ববিদ্যালয়ত মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মিজো নেচনেল ফ্ৰণ্টৰ...

ভাৰত-জাপানৰ সামুদ্ৰিক প্ৰতিৰক্ষা হ’ব আৰু শক্তিশালী

সামুদ্ৰিক প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ...

অসম প্ৰিমিয়াৰ লীগৰ প্ৰাইজমানি ঘোষণা; চেম্পিয়ন দলে ৫০ লাখ, ৰানাৰ্ছআপ দলে লাভ কৰিব ২৫ লাখ

উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ...