গুৱাহাটী

লাওপানী খালে নহয় কৰ’না!

গুৱাহাটী, ১০ জুলাই, NKTV: জামুগুৰিহাটত আৰক্ষীৰ সন্মুখত এজন ব্যক্তিয়ে আগবঢ়ালে কৰ'নাৰ পৰা ৰক্ষা পৰাৰ উপায়। কৰ'না মহামাৰীৰ বাবে তেওঁ হেনো বহুত কষ্টৰ সম্মুখীন হ'বলগীয়া হৈছে। সন্ধিয়া...

জামুগুৰিত অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ

ৰাজ্যৰ ৭খনকৈ জিলাত সম্পূৰ্ণ লকডাউন বলৱৎ থকা সত্বেও প্ৰতিদিনে অধিক জটিল ৰূপ লৈছে ক’ভিডজনিত পৰিস্থিতিয়ে। কেইবাখনো জিলাত পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে যিকোনো...

ক’ভিড নিয়ন্ত্ৰণত ‘চূড়ান্ত ব্যৰ্থ’ উপায়ুক্তক বদলি!

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গোলাঘাটত চন্দ্ৰমোহন পাটোৱাৰীক’ভিড নিয়ন্ত্ৰণৰ বাবে কঠোৰ পদক্ষেপ চৰকাৰৰগোলাঘাটৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙক বদলিমে’ মাহৰ শেষভাগতহে যোগদান কৰিছিল সিঙেবিগত দুসপ্তাহ ধৰি গোলাঘাটত ক’ভিডৰ...

কোন কেইখন নতুন মুখে স্থান পাব মোডী কেবিনেটত?

গুৱাহাটী, ৭ জুলাই, NKTV: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কেবিনেটত ব্যাপক সাল-সলনি হোৱাৰ সম্ভাৱনা। নতুন ব্যক্তিয়ে স্থান দখল কৰিব মোডীৰ কেবিনেটত। ইতিমধ্যে কেবিনেটত হ'বলগীয়া নতুন সংযোজন সন্দৰ্ভত...

আজি কেবিনেট বৈঠকত কি কি সিদ্ধান্ত হ’ল?

গুৱাহাটী, ৭ জুলাই, NKTV: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি (৭ জুলাই) অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ: ▶️ এতিয়াৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনৰ সকলোবোৰ চৰকাৰী কাৰ্যসূচী তথা...

Popular