গুৱাহাটী

মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য, ISBTত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য। যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলা এক অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ ISBTৰ পৰা জব্দ হৈছে ৫০০ গ্ৰাম...

আজিৰে পৰা MMCHৰ চিকিৎসা সেৱা বন্ধ

আজিৰে পৰা MMCHৰ চিকিৎসা সেৱা বন্ধMMCHৰ সলনি ধীৰেণপাৰা, পাণ্ডু FRUত ৰোগীক চিকিৎসাগুৱাহাটীত হ’ব দ্বিতীয়খন মেডিকেল কলেজ হাস্পতালআন্তঃগাঁথনিৰ উন্নীতকৰণ হ’ব MMCHৰ

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব বিদ্যুতৰ মাচুল!

নতুন বছৰত বৃদ্ধি পাব বিজুলীৰ মাচুলAPDCLৰ ঘাটিৰ জোৰা-টাপলি মাৰিবলৈ এই প্ৰস্তাৱনিৰিখ বৃদ্ধিৰ বাবে বিদ্যুৎ নিয়ামক আয়োগক আবেদন APDCLৰজীৱন ধাৰাৰ আঁচনিৰ অধীনত গ্ৰাহকৰ পৰা গধুৰ...

মডাৰ্ণ স্কুলৰ আত্মহত্যাৰ চেষ্টা কৰা ছাত্ৰীৰ মৃত্যু

মৃত্যুক সাবটিলে মহানগৰীৰ মডাৰ্ণ স্কুলত আত্মহত্যাৰ চেষ্টা চলাই চিকিত্সাধীন হৈ থকা ছাত্ৰীগৰাকীয়ে। আজি পুৱা ছাত্ৰীগৰাকীক মৃত ঘোষণা কৰে চিকিত্সালয় কৰ্তৃপক্ষই। শুকুৰবাৰে স্কুলৰ তৃতীয় মহলাৰ...

APSC SCAM : হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰা হ’ব প্ৰাৰ্থীৰ

হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰা হ’ব APSCৰ প্ৰাৰ্থীৰ। আদালতত তদন্তকাৰী বিষয়াই জনালে আবেদন। নতুনকৈ তদন্তৰ বাবে আবেদন জনালে আদালতত। হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰা হ’ব প্ৰাৰ্থীসকলৰ।...

Popular