ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ ৯.৮৭ শতাংশলৈ বৃদ্ধি

ৰাজ্যত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত ৩,৩৯০ জন। ইয়াৰে কামৰূপ মেট্ৰ’ত আক্ৰান্ত ৯১৯জন। বিগত ২৪ ঘণ্টাত ক’ভিডত প্ৰাণ হেৰুৱাইছে ৪জন আক্ৰান্তই। শনিবাৰৰ দিনটোত ৰাজ্যত ক’ভিড পৰীক্ষা কৰা হৈছিল ৩৪,৩৫৫টা। ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ ৯.৮৭ শতাংশলৈ বৃদ্ধি। ৰাজ্যত ক’ভিড আৰোগ্যৰ হাৰ হৈছে ৯৬.০৭ শতাংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধুবুৰীৰ ইংলিছ এডুকেচন একাডেমীত আৰক্ষীৰ অভিযান

ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া শিক্ষাৰ নামত ছিণ্ডিকেট।ধুবুৰীৰ ঝগ্ৰাৰপাৰত ইংলিছ...

আজি ১ মে’ — আন্তৰ্জাতিক শ্ৰমিক দিৱস

১৮৮৬ চনৰ ১ মে’ত আমেৰিকাৰ ছিকাগো চহৰত হাজাৰ হাজাৰ...

ফলাফল ল’বলৈ ছাত্ৰীগৰাকী আৰু নাই, আজি তাইৰ তিলনী

সপোন আছিল কটন বিশ্ববিদ্যালয়ত পঢ়াৰ। নিজৰ সপোনটো পূৰণ কৰাৰ...

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে কিয় পদত্যাগ কৰিলে?

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে বুধবাৰে পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ...