ক’ৰ পৰা কিমান ‘থানাৰ দালাল’ আটক হ’ল? NKTVৰ হাতত দালালৰ তালিকা

ৰাজ্যত পুনৰ অসম আৰক্ষীৰ দালালবিৰোধী অভিযান

  • ৰাজ্যত পুনৰ ২১০ৰো অধিক থানাৰ দালাল গ্রেপ্তাৰ
  • এজাহাৰ লিখি দিয়াৰ নামত ৰাইজৰ পৰা সংগ্রহ কৰিছিল ধন
  • ৰাজ্যৰ ভিন্ন থানাত বাহৰ পাতি আছিল ধৃত দালালে
  • ছয়গাঁও, বকোত আটক ১৩টাকৈ থানাৰ দালাল
  • গৰৈমাৰী আৰক্ষীয়ে আটক কৰিছে ৫টাকৈ দালাল
  • জোৰশিমুলি আৰক্ষীয়ে আটক কৰিছে ২টা দালাল
  • সোণতলী আৰক্ষীয়ে আটক কৰিছে ৫টাকৈ দালাল
  • যোৰহাটত ৯জন, শিৱসাগৰত ৬জন দালালক আটক
  • দক্ষিণ শালমাৰা, মানকাছৰত ৫ দালালক আটক
  • ধুবুৰীত ৭জন দালাল আটক, গোলাঘাটত আটক ৫জন
  • ডিব্ৰুগড়ত ৫জনক আটক, চৰাইদেউত আটক ২জন দালাল
  • বজালীত ১জন দালাল আটক, গোৱালপাৰাত ১৩জন আটক
  • বিশ্বনাথ চাৰিআলিত ৭জনক আটক, শোণিতপুৰত আটক ৬জন
  • বঙাইগাঁৱত ১২জন দালাল আটক, বৰপেটাত ৩ জন আটক
  • লখিমপুৰত ৮জন আটক, ওদালগুৰিত আটক ৬জন দালাল
  • কৰিমগঞ্জত ১০জন আটক, গুৱাহাটীত ৮জন দালাল আটক
  • কোকৰাঝাৰত ৭জন দালাল আটক, আটক কামৰূপত ৩৭জন
  • কাছাৰত ১০জন দালাল আটক, দৰঙত ৯জন আটক
  • হোজাইত ৮জন দালাল আটক, ধেমাজিত আটক ৫জন
  • নগাঁৱত আৰক্ষীয়ে আটক কৰিছে ১২টা দালাল
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জম্মু-কাশ্মীৰ সীমান্তত থকা বিদ্যালয়লৈ ১ কোটি টকাৰ অনুদান আগবঢ়ালে অক্ষয় কুমাৰে

বলিউড অভিনেতা অক্ষয় কুমাৰে জম্মু আৰু কাশ্মীৰৰ গুৰেজ উপত্যকাৰ...

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত। গৰু চুৰি আৰু...

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...