গুৱাহাটী

নেপালৰ দুৰ্যোগত সাহায্যৰ বাবে ৫০জনীয়া দলসহ যাবলৈ সাজু মৌলানা বদৰুদ্দিন আজমল

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত সৃষ্টি হোৱা ভয়াৱহ দুৰ্যোগপূৰ্ণ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে এ আই ইউ ডি এফৰ (AIUDF) সভাপতি তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক...

GMCHত উপলব্ধ হ’ব কেন্সাৰৰ উন্নত থেৰাপীৰ সঁজুলি,সঁজুলি ক্ৰয়ৰ বাবে কেবিনেটৰ অনুমোদন

অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (GMCH)ৰ অধীনস্থ ৰাজ্যিক কেন্সাৰ প্ৰতিষ্ঠানত স্থাপন কৰা...

বিমান সংযোগত নতুন দিগন্ত: ২৭ অক্টোবৰৰ পৰা আৰম্ভ হ’ব গুৱাহাটী-বেংককৰ প্ৰত্যক্ষ বিমান সেৱা

উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় বিমান যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰি অহা ২৭ অক্টোবৰৰ পৰা গুৱাহাটী আৰু বেংককৰ মাজত পোনপটীয়া বিমান সেৱা (Direct Flight)...

ইউ এছ টি এমৰ Author-in-Residence হিচাপে ময়ূৰ বৰাৰ যোগদান

অসমৰ বিশিষ্ট লেখক, চিন্তাবিদ তথা নাবাৰ্ডৰ প্ৰাক্তন উপ-মহাপ্ৰবন্ধক ময়ূৰ বৰাই University of Science and Technology Meghalaya (USTM)-ত ‘Author-in-Residence’ আৰু Centre for Competitive Examinations (CCE)-ৰ...

জ্যোতি চিত্ৰবনত কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ MOTION POSTER

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে এখন নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’। ‘NK Media’ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ অফিচিয়েল ম’চন প’ষ্টাৰ কাইলৈ অৰ্থাৎ মঙলবাৰ,...

Popular