গুৱাহাটী

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: পৰেশ বৈশ্যৰ জামিন শুনানি অসম্পূৰ্ণ, ১৫ অক্টোবৰলৈ স্থগিত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত পৰেশ বৈশ্যৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত সম্পূৰ্ণ নহ’ল। ন্যায়াধীশ ছামিমা জাহানৰ আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন...

অসমৰ চিকিৎসা ক্ষেত্ৰত নতুন ইতিহাস; GMCHত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী

অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) সফলতাৰে সম্পন্ন কৰা হৈছে ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী। শুকুৰবাৰে একেদিনাই দুগৰাকী ৰোগীৰ ৰবটিক পদ্ধতিৰে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে সিদ্ধান্তসমূহ সদৰী কৰে। এছিয়ান...

বি/হ খুৱাই হত্যাৰ চেষ্টা মহিলাক; লখিমপুৰ থানাৰ ASIৰ বিৰুদ্ধে মহিলাক প্ৰতাৰণা কৰাৰ অভিযোগ

লখিমপুৰৰ লালুক থানাৰ APRO শাখাৰ ASI দেৱজিৎ বৰাৰ বিৰদ্ধে গোচৰ। এগৰাকী মহিলাক বিয়াৰ প্ৰলোভনেৰে দীৰ্ঘদিনে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে ASIগৰাকীৰ বিৰুদ্ধে। ভুক্তভোগী মহিলাগৰাকীয়ে...

বিজেপি ত্যাগ সংগীত শিল্পী সীমান্ত শেখৰৰ; বিজেপিৰ সকলো পদ ত্যাগ সংগীত শিল্পীগৰাকীৰ

বিজেপিৰ সকলো পদ ত্যাগ সীমান্ত শেখৰৰ, এৰিলে চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদ। বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ সিদ্ধান্ত ল'লে সংগীত শিল্পী সীমান্ত...

Popular