গুৱাহাটী

মাৰণাস্ত্ৰৰ সলনি হাতে হাতে ঝাড়ু লৈ খানাপাৰাত CRPF জোৱান; গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত স্বচ্ছ ভাৰত অভিযানত অংশ ল’লে দুই শতাধিক জোৱানে

মাৰণাস্ত্ৰৰ সলনি হাতে হাতে ঝাৰু আৰু ডাষ্টবিন লৈ খানাপাৰাত স্বচ্ছতা অভিযানত নামিল CRPF জোৱান। গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত CRPF কম্পোজিত হাস্পতালৰ উদ্যোগত গ্ৰহণ কৰা হয়...

হাতীগাঁৱৰ PGত মালিক-ভাড়াতীয়াৰ সংঘাত, দুয়োপক্ষৰ এজাহাৰ দাখিল

গুৱাহাটীত PG আৰু ভাড়াঘৰক লৈ পুনৰ সংঘাত। হাতীগাঁৱৰ দেৱদাৰু পথৰ হাউচ নং ২৮ৰ এটা PGত মালিকপক্ষ আৰু এগৰাকী যুৱতী ভাড়াতীয়াৰ মাজত সংঘটিত হয় প্ৰচণ্ড...

নিমিষা ঠাকুৰীয়া হত্যাকাণ্ডৰ তদন্ত অব্যাহত, নিমিষা হত্যাকাণ্ডৰে নাম সাঙুৰ খোৱা মিটু আলীক ৪ দিনৰ আৰক্ষী জিম্মালৈ

নিমিষা ঠাকুৰীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হোমষ্টেৰ কৰ্মচাৰী মিটু আলীক ৪ দিনৰ...

ৰাজ্যত বৃদ্ধি হ’ল চিকিৎসা মহাবিদ্যালয়ৰ পাঠ্যক্ৰমৰ মাচুল; বিশেষ পৰিস্থিতিত শিক্ষাৰ্থীৰ মাচুলৰ ৫০%পৰ্যন্ত ৰেহাই দিব পাৰিব মহাবিদ্যালয়ৰ অধ্যক্ষই

ৰাজ্যৰ চৰকাৰী চিকিৎসা আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ত MBBS আৰু BDS পাঠ্যক্ৰমৰ মাচুল বৃদ্ধি কৰিছে অসম চৰকাৰে। নতুন নিৰ্ধাৰিত মাচুল শিক্ষাৰ্থীৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জনৰ ওপৰত...

বিদ্যালয় পৰিদৰ্শনত বাধা নাই, সংবাদ মাধ্যমৰ বাতৰি সত্য নহয়; চৰকাৰী বিদ্যালয় পৰিদৰ্শনত বাধা আৰোপ কৰা সন্দৰ্ভত সংবাদমেল শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

চৰকাৰী বিদ্যালয় পৰিদৰ্শনত বাধা আৰোপ কৰা সন্দৰ্ভত প্ৰকাশিত বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে বিদ্যালয়লৈ কোনো...

Popular