প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি বছৰেকীয়া তিথি; কাহিলিপাৰাৰ ঘৰত নাম-কীৰ্তন, পূজা-পাঠেৰে স্মৰণ শিল্পীগৰাকীক

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বছৰেকীয়া শ্ৰাদ্ধ। কাহিলিপাৰাৰ ঘৰত আধ্যাত্মিক কাৰ্যসূচী। মাংগলিক কাৰ্যসূচী আৰু ৰীতি-নীতিৰে বছৰেকীয়া শ্ৰাদ্ধ। নাম-কীৰ্তন আৰু পূজা-পাঠ হ’ব বছৰেকীয়া শ্ৰাদ্ধত। কাহিলিপাৰাৰ ঘৰত স্থাপন কৰা হৈছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি।
অনুৰাগীয়ে আজি শ্ৰদ্ধা জনাব প্ৰাণৰ শিল্পীগৰাকীক।

ইতিমধ্যেই পিণ্ড দানৰ বাবে উলাই গৈছে অৰুণ গাৰ্গ। অনুষ্ঠিত হ’ব নাম প্ৰসঙ্গ আৰু কেইবাটাও অনুষ্ঠান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বালিপৰা ফাউণ্ডেচনৰ ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ আৰম্ভ

বালিপৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ছয়দিনীয়া...

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...