ইতিহাস হ’ল দীঘলীয়া অধ্যায়ৰ, অসম চৰকাৰে ক্ৰয় কৰিলে নগাঁও, কাছাৰ কাগজ কল

অসম চৰকাৰলৈ আনুষ্ঠানিকভাৱে হস্তান্তৰ কাগজ কলৰ সম্পত্তি। ৩৭৫ কোটি টকাৰে নগাঁও আৰু কাছাৰ কাগজ কল ক্ৰয় কৰিলে অসম চৰকাৰে। লিকুইডিটৰক ৰাজ্য চৰকাৰে আদায় দিলে ৩৭৫ কোটি টকা। শীঘ্ৰে কাগজ কলৰ কৰ্মচাৰীৰ প্ৰাপ্য আদায় দিব চৰকাৰে। কাগজ কলৰ ভূমিক লৈ চৰকাৰে কৰিব নতুন পৰিকল্পনা। কাগজ কলত উপস্থিত হৈ এই ঘোষণা উদ্যোগ তথা বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। অসম চৰকাৰে ক্ৰয় কৰাৰ পিছতে টুইটযোগে এই কথা আনুষ্ঠানিকভাবে সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে...

জ্ঞান অন্বেষণ আৰু বিস্তাৰৰ নতুন যাত্ৰা: নতুন ডিজিটেল প্লেটফৰ্ম ‘স্বৰাজ দৰ্পণ’ কি?

অসমৰ বৌদ্ধিক আৰু ডিজিটেল জগতত নতুন ইতিবাচক অধ্যায়ৰ সূচনা...

হঠাৎ আহিল ক’লা বৰষুণ, এখন দেশত লাগিল হাহাকাৰ…

কেতিয়াবা আপুনি বাৰু ক’লা বৰষুণৰ কথা কল্পনা কৰিছেনে? আপুনি...