২৪ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত ১,২৭০ জন লোক

বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত ১,২৭০ জন লোক। দেশজুৰি প্ৰতিদিনে হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। দেশত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ১৫,৮৫৯জন। সোমবাৰৰ দিনটোত দেশত ক’ভিড আৰোগ্য হাৰ ৯৮.৭৫ শতাংশ। পজিটিভিটীৰ হাৰ ০.০৪ শতাংশ। বিগত ২৪ ঘণ্টাত দেশত আৰোগ্য লাভ কৰিছে ১,৫৬৭জন ৰোগীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...

‘বন্দে মাতৰম’ গোৱাত বাধা দিলে হ’ব শাস্তি: বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি

‘বন্দে মাতৰম’ গোৱাত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা বা গীত...