বৈশিষ্ট্য

গুজৰাটত নেডাৰলেণ্ডৰ ৩.৬ বিলিয়ন ইউৰো বিনিয়োগৰ প্রস্তাৱ

গুজৰাটত অনুষ্ঠিত হৈছে Vibrant Gujarat Summit 2024 এই শীৰ্ষ সন্মিলনৰ দশম সংস্কৰণত ১০০খন দেশৰ অংশগ্রহণ সন্মিলনৰ সহযোগী ৰাষ্ট্র হিচাপে ৩০খন দেশৰ অংশগ্রহণ সহযোগী ৰাষ্ট্রৰ ভিতৰত অন্যতম হৈছে...

টকা ৰাহি কৰিবলৈ মেকুৰীৰ খাদ্য খাই জীয়াই থকা এগৰাকী কোটিপতিৰ কাহিনী

টেলিভিছন জগতত খ্যাতি লাভ কৰা আৰু পিছলৈ বেষ্ট ছেলাৰ লেখিকা হিচাপে পৰিগণিত হোৱা কোটিপতি আইমী এলিজাবেথে গৃহহীন হোৱাৰ পৰা ধনী মহিলা হোৱালৈ এক প্ৰেৰণাদায়ক...

কনজাংটিভাইটিছৰ প্ৰতিৰোধ কিদৰে কৰিব?

আপোনাৰ হাত দুখন চাবোন আৰু চেনিটাইজাৰেৰে সঘনাই পৰিষ্কাৰকৈ ধুব। সুৰক্ষামূলক চছমা পিন্ধিব/চকুযুৰি হাতেৰে মোহাৰি থকা বা স্পৰ্শ কৰাটো পৰিহাৰ কৰক। পৰিষ্কাৰ পানীৰে আপোনাৰ চকুযুৰি ধুই...

বিক্ৰম লেণ্ডাৰৰ পেটৰ পৰা ওলাই গৈছে চলন্ত প্ৰজ্ঞান ৰ’ভাৰ

এক ইতিহাস সৃষ্টি কৰা ছেলফীসমগ্ৰ ভাৰতজুৰি আলোড়ন সৃষ্টি কৰিছে ছেলফীয়েছেলফীখন তুলিছিল চন্দ্ৰপৃষ্ঠত থিয় হৈ ৰোৱা বিক্ৰম লেণ্ডাৰেবিক্ৰম লেণ্ডাৰৰ পেটৰ পৰা ওলাই গৈছে চলন্ত প্ৰজ্ঞান...

২ ছেপ্টেম্বৰত সূৰ্য অভিমুখে ৰাওনা হ’ব ‘আদিত্য L1’ মহাকাশযান

চন্দ্ৰজয় হৈ গ’ল, এতিয়া সূৰ্যলৈ হাত মেলিছে ISROই২ ছেপ্টেম্বৰত সূৰ্য অভিমুখে ৰাওনা হ’ব ‘আদিত্য L1’ মহাকাশযানশ্ৰীহৰিকোটাৰ পৰা PSLV ৰকেটৰে উৎক্ষেপণ কৰা হ’ব এই মহাকাশযানসূৰ্যলৈ...

Popular