ডিমা হাচাও আৰু বৰাকৰ পৰিস্থিতিক লৈ জনতা ভৱনত জৰুৰী বৈঠক

বান-ভূমিস্খলনত বিধ্বস্ত ডিমা হাচাও আৰু বৰাকৰ পৰিস্থিতিক লৈ জনতা ভৱনত জৰুৰী বৈঠক। SDRF, NDRF, সেনা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সৈতে মুখ্য সচিবৰ বৈঠক। ডিমাহাচাও আৰু বৰাক উপত্যাকালৈ বান সাহায্য প্ৰেৰণ সন্দৰ্ভত আলোচনা।কাইলৈ ডিমাহাচাওলৈ প্ৰেৰণ কৰা হ’ব নিত্য ব্যৱহাৰ্য সামগ্ৰী। বুধবাৰে নিত্য ব্যৱহাৰ্য সামগ্ৰী লৈ ডিমাহাচাওলৈ যাব প্ৰথমখন বিমান। অতিৰিক্ত পথেদিও সামগ্ৰী যোগানৰ ব্যৱস্থা। ডিমা হাচাওৰ ৰে’লপথ, ৰাষ্ট্ৰীয় ঘাইপথ ক্ষিপ্ৰতাৰে মেৰামতি কৰাৰ সন্দৰ্ভত আলোচনা কৰে বৈঠকত। বিদুৎ যোগান আৰু টেলিফোন সংযোগকলৈয়ো আলোচনা। বান বিধ্বস্ত বৰাকৰ তিনি জিলালৈও প্ৰেৰণ কৰা হ’ব নিত্য ব্যৱহাৰ্য সামগ্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...