আগন্তুক ৫ দিনলৈ অসমত হ’ব প্ৰবল বৃষ্টিপাত, দুদিনৰ বাবে ৰাজ্যত ৰেড এলাৰ্ট জাৰি

ৰাজ্যত অধিক অৱনতি হ’ব পাৰে বান পৰিস্থিতি। দুদিনৰ বাবে ৰাজ্যত ৰেড এলাৰ্ট জাৰি। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী। আগন্তুক ৫ দিনলৈ অসমত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। আগন্তুক ২৪ ঘণ্টাত ৰাজ্যৰ কিছু ঠাইত হ’ব প্ৰবল বৃষ্টিপাত। উত্তৰ পূৰ্বাঞ্চলৰ কিছু অঞ্চলতো হ’ব প্ৰবল বৰষুণ। সাগৰ পৃষ্ঠৰ পৰা ০.৯ কিলোমিটাৰ গতিবেগত উৎপত্তি হোৱা ধুমুহাৰ ফলত বৰষুণৰ আশংকা। ২১ মে’লৈ অসম, মেঘালয়ৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...