দৈনিক বাতৰি

ভ্ৰাম্যমান থিয়েটাৰৰ ভিতৰচ’ৰাত প্ৰকৃততে কি চলে?

ভ্ৰাম্যমান জগতৰ এটা খবৰে আকৌ এবাৰ সৰ্বত্ৰে চৰ্চাৰ সৃষ্টি কৰিছে। কভিডকালীন পৰিস্থিতিৰ অৱসান ঘটাত পুনৰ ভ্ৰাম্যমাণ যাত্ৰা আৰম্ভ হৈছিল। স্তব্ধ হৈ যোৱা শিল্প-সংস্কৃতি পুনৰ...

ভেকচিনৰ দুয়োটা পালিয়ে কাম কৰিছে নে নাই আপুনি কেনেকৈ জানিব?

সমগ্ৰ দেশতে গুৰুতৰ ৰোগত আক্ৰান্ত, ফ্ৰণ্টলাইন কৰ্মী আৰু বৃদ্ধ লোকসকলক বুষ্টাৰ ড'জ দি থকা হৈছে। এই বিষয়ক লৈ মানুহৰ মনত বহুতো প্ৰশ্ন আছে। যিসকলে...

১০০জন ভেকচিন লোৱা লোকেহে অংশ ল’ব পাৰিব ৰাজহুৱা অনুষ্ঠানত

ক'ভিডৰ দ্ৰুত সংক্ৰমণ প্ৰতিৰোধৰ বাবে কঠোৰ নিৰ্দেশনা। বঙাইগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। জিলাখনত ১০০গৰাকী ভেকচিন লোৱা ব্যক্তিয়েহে অংশ ল'ব পাৰিব যিকোনো ৰাজহুৱা...

উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ ক’ভিডত আক্ৰান্ত

হোজাই জিলাত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যা৷ হোজাই জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ ক'ভিডত আক্ৰান্ত হৈছে৷ কিছুদিন পূৰ্বে আৰক্ষী অধীক্ষক...

ৰাজ্যত দৈনিক ১০ হাজাৰ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা!

ৰাজ্যত ক্ৰমাগতভাৱে ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে। দৈনিক ১০ হাজাৰলোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে GMCHৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই। "২৩৫ জন ক'ভিড আক্ৰান্ত লোকে...

Popular