‘শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ’ৰ প্ৰাক্তন সচিব গৌতম শৰ্মাৰ দেহাৱসান

‘শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ’ৰ প্ৰাক্তন সচিব গৌতম শৰ্মাৰ আজি দেহাৱসান ঘটিছে । পৰহি অসুস্থতাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

তাত চিকিৎসাধীন হৈ থকাৰ সময়তে কালি হঠাতে বাগৰি পৰি শৰ্মা ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হয় । নিশাই তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও আজি পুৱা ৯.৩০ বজাত তেওঁ চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...