উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা আঁতৰিল বিহু

• ৰাজ্য চৰকাৰৰ আন এক হঠকাৰী সিদ্ধান্ত
• নিজেই অন্তৰ্ভুক্ত কৰা পাঠ্যক্ৰম আঁতৰালে চৰকাৰে
• উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা আঁতৰিল বিহু
• বিহুৰ লগতে স্বদেশ অধ্যয়ন পাঠ্যক্ৰমো আঁতৰিল
• ঢাক-ঢোল বজাই উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছিল বিহুৰ পাঠ্যক্ৰম
• পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ কথা ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...