দিছপুৰ আৰক্ষীৰ জালত নকল সোণ ব্যৱসায়ী চক্ৰ

দিছপুৰ আৰক্ষীৰ জালত নকল সোণ ব্যৱসায়ী চক্ৰ। দিছপুৰ মানবেন্দ্ৰ কমপ্লেক্সৰ সমীপৰ পৰা গ্ৰেপ্তাৰ ফৰিদুল ইছলামক। লখিমপুৰ নাওবৈচাৰ নকল সোন বিক্ৰীৰ বাবে আহিছিল গুৱাহাটীলৈ।

১মাহ পূৰ্বে সোণখিনি বিক্ৰী কৰিছিল ফৰিদুল আৰু বাদশ্বাহে। গোসাঁইগাওঁৰ আজিজুৰ ৰহমান আৰু চাজন শেইখ নামৰ দুজনক প্ৰলোভন দি বিক্ৰী কৰিছিল নকল সোনখিনি। ৪০ হাজাৰ আৰু দুটা মবাইলৰ বিনিময়ত বিক্ৰীৰ বাবে বন্দোৱস্ত কৰিছিল চক্ৰটোৱে।

শুকুৰবাৰে পুণৰ ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰিল ফৰিদুল। লাষ্টগেটৰ এখন হোটেলত লুকাই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে ফৰিদুল। নকল সোনৰ সৈতে জড়িত বাদশ্বাহ বৰ্তমানো পলাতক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ নতুন চামগুৰি সত্ৰত ঐতিহ্যমণ্ডিত মুখা নিৰ্মাণত ব্যস্ত লণ্ডনৰ শিল্পী

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পই পুনৰ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰিচয়। গুৰুজনাৰ...

ভাৰতত অব্যাহত মূল্যবৃদ্ধিৰ চাপ; আগষ্টত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি ৯.৯২ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্যভিত্তিক মুদ্ৰাস্ফীতি আগষ্ট মাহত বৃদ্ধি পাই ৯.৯২...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...