দৈনিক বাতৰি

অস্কাৰৰ দৌৰত ভাৰতৰ ‘ৰামায়ণ’, শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছৰ শীৰ্ষ ২০খন ছবিৰ তালিকাত স্থান

ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আন এক সুখবৰ কঢ়িয়াই আনিছে নীতেশ তিৱাৰীৰ পৰিচালিত ছবি ‘ৰামায়ণ পাৰ্ট ৱান’-এ। ২০২৭ চনৰ অস্কাৰৰ শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছ শাখাৰ বাবে বিবেচিত...

৭৫ বছৰত ভৰি দিলে চীন-পাকিস্তানৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কই; প্ৰতিৰক্ষা, বাণিজ্যৰ পৰা মহাকাশলৈকে বিস্তৃত দুই দেশৰ কৌশলগত সহযোগিতা

প্ৰতিৰক্ষা, বাণিজ্য, আন্তঃগাঁথনি আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া সহযোগিতাৰে চীন আৰু পাকিস্তানে নিজৰ দ্বিপাক্ষিক সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিছে। দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক...

সেনা শিবিৰত আত্মঘাতী আক্ৰমণৰ ষড়যন্ত্ৰ! ‘সম্পূৰ্ণ সেনা চেকপ’ষ্ট উৰুৱাই দিম’ পাকিস্তানী হেণ্ডলাৰৰ সৈতে হোৱা চাঞ্চল্যকৰ কথোপকথন ফাদিল মেৰুটৰ ২২ বছৰীয়া যুৱকৰ

ভাৰতীয় সেনাৰ শিবিৰত আত্মঘাতী আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগত উত্তৰ প্ৰদেশৰ মেৰুটৰ ২২ বছৰীয়া এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ দাবী অনুসৰি, পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি...

মিছ ইউনিভাৰ্ছ ২০২৬ৰ মুকুট পিন্ধিলে পৰ্টো ৰিক’ৰ জেনিফাৰ বাৰেটোৱে; ষষ্ঠবাৰৰ বাবে বিশ্বসুন্দৰীৰ খিতাপ অৰ্জন পৰ্টো ৰিক’ৰ

মিছ ইউনিভাৰ্ছ ২০২৬ৰ ৭৫ সংখ্যক সংস্কৰণত বিশ্বসুন্দৰীৰ মুকুট অৰ্জন কৰিবলৈ সক্ষম হৈছে পৰ্টো ৰিক'ৰ প্ৰতিযোগী জেনিফাৰ বাৰেটো। চূড়ান্ত প্ৰতিযোগিতাত তেওঁক পূৰ্বৰ মিছ ইউনিভাৰ্ছ বিজয়ী...

বৰপেটা জিলাৰ বাঘবৰত মৰাপাটভৰ্তি ট্ৰাকৰ পৰা ধন দাবী দুৰ্বৃত্তৰ, দুজনক আটক আৰক্ষীৰ

বৰপেটা জিলাৰ বাঘবৰৰ মন্দিয়াত মৰাপাট কঢ়িয়াই নিয়া এখন ট্ৰাকক কেন্দ্ৰ কৰি সংঘটিত হৈছে ধন দাবীৰ এক চাঞ্চল্যকৰ ঘটনা। বাঘবৰ বজাৰৰ পৰা কলকাতালৈ মৰাপাট কঢ়িয়াই...

Popular