দৈনিক বাতৰি

উজ্জয়িনীৰ হোটেলৰ ভূগৰ্ভস্থ টেংকীত বিষাক্ত গেছ; টেংকী চাফা কৰিবলৈ গৈ প্ৰাণ গ’ল ৪ কৰ্মচাৰীৰ

মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ এখন হোটেলত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। হোটেলখনৰ ভূগৰ্ভস্থ আৱৰ্জনা নিষ্কাশন টেংকী (আণ্ডাৰগ্ৰাউণ্ড ভেট) পৰিষ্কাৰ কৰিবলৈ নামি বিষাক্ত গেছৰ কৱলত পৰি মৃত্যু...

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুখবৰ। ছেমিকণ্ডাক্টৰ প্ৰযুক্তিত ডিপ্ল’মা আৰু BTech পাঠ্যক্ৰম আৰম্ভ কৰিব IIT গুৱাহাটীয়ে

উত্তৰ-পূৰ্বাঞ্চলৰ কাৰিকৰী শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিবলৈ আগবাঢ়িছে IIT গুৱাহাটী। ছেমিকণ্ডাক্টৰ প্ৰযুক্তিৰ শিক্ষা, গৱেষণা আৰু দক্ষতা বিকাশৰ লক্ষ্যৰে...

মুখত কাপোৰ মাৰি হাতত ফাইল লৈ পল্টনবজাৰ থানাত সোমাল ঘনকান্তৰ পত্নী জোনমণি গগৈ

কেব ভাড়াত লৈ পল্টনবজাৰ থানাত উপস্থিত জোনমণি। মুখত কাপোৰ মাৰি হাতত ফাইল লৈ পল্টনবজাৰ থানাত সোমাল ঘনকান্তৰ পত্নী। সংবাদমাধ্যমৰ কেমেৰাৰ সন্মুখত মুখ নুখুলিলে জোনমণিয়ে।...

মণিপুৰত দুই সশস্ত্ৰ গোটৰ সংঘৰ্ষত ৩ কুকি যুৱক নিহত; ইম্ফলত মেইটেই-নগা সংগঠনৰ বৃহৎ প্ৰতিবাদী সমদল

মণিপুৰৰ ননি জিলাত পুনৰ সংঘটিত হৈছে ৰক্তক্ষয়ী সংঘৰ্ষ। শনিবাৰে পুৱাৰ ভাগত দুটা সশস্ত্ৰ গোটৰ মাজত হোৱা গুলীয়াগুলীত নিহত হয় তিনিগৰাকী কুকি যুৱক। ঘটনাটো সংঘটিত...

উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাত আহিব পাৰে বৃহৎ পৰিৱৰ্তন, মাত্ৰ ৬ ঘণ্টাত বুলেট ট্ৰেইনেৰে দিল্লীৰ পৰা গুৱাহাটীলৈ কৰিব পাৰিব যাত্ৰা; দিল্লী-শিলিগুৰি-গুৱাহাটী কৰিড’ৰৰ পৰিকল্পনাক অনুমোদন প্ৰধানমন্ত্ৰীৰ

দিল্লীৰ পৰা শিলিগুৰি হৈ গুৱাহাটীলৈ সংযোগ স্থাপন কৰিবলগীয়া উত্তৰ বুলেট ট্ৰেইন কৰিড’ৰত অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কালি বাৰাণসীত এই কথা সদৰী কৰে কেন্দ্ৰীয়...

Popular