দৈনিক বাতৰি

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে অহা ৩ৰ পৰা ৫ নৱেম্বৰলৈ স্পেইন ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে স্পেইনত অনুষ্ঠিত...

IIT গুৱাহাটীত পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চৰ আলোচনা, ‘পানী আৰু শক্তি’ৰ ওপৰত বিশেষজ্ঞৰ গুৰুত্ব

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চৰ তৃতীয় দিনাৰ কাৰ্যসূচী দেওবাৰে IIT গুৱাহাটীত অনুষ্ঠিত হয়। ‘তৃতীয় মেৰু আৰু পূব হিমালয়ৰ ভৱিষ্যৎ’...

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপ সাগৰত নতুনকৈ সৃষ্টি ঘূৰ্ণীবতাহ ‘মুৰাছু’

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপসাগৰত শক্তি বৃদ্ধি ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ। অন্ধ্ৰপ্ৰদেশৰ উপকূলৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে এই ঘূৰ্ণীবতাহ। সম্ভাৱ্য প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশাৰ দক্ষিণ অংশৰ...

অপহৰণকাৰীক ধৰিবলৈ UPIযোগে ৫ হাজাৰ টকা প্ৰেৰণ দিল্লী আৰক্ষীৰ, ৩ ঘণ্টাৰ ভিতৰতে ১৩ বছৰীয়া কিশোৰক উদ্ধাৰ

অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ অভিনৱ কৌশল অৱলম্বন কৰিলে দিল্লী আৰক্ষীয়ে। UPIৰ জৰিয়তে ৫ হাজাৰ টকা প্ৰেৰণ কৰি অপহৰণকাৰীৰ সন্ধান উলিয়াবলৈ সক্ষম হ’ল আৰক্ষী। অৱশেষত মাত্ৰ...

গুৱাহাটীত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান, অৰ্ধশতাধিক মহিলা কৰ্কট ৰোগীক সম্বৰ্ধনা আৰু ১০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান

গুৱাহাটীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান। বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই বিশেষ অনুষ্ঠান।...

Popular