দৈনিক বাতৰি

পাইলট স্মিতৰ কেনেকৈ প্ৰাণ ৰক্ষা কৰিছিল চিকিৎসকে?

হীৰেন শৰ্মা মাজ আকাশত তেতিয়া শ্বাসৰুদ্ধকৰ পৰিস্থিতি। ফ্লাইডুবাই বিমানখনৰ ককপিটত ৰক্তাক্ত অৱস্থাত পৰি আছিল ভাৰতীয় পাইলট স্মিত মচ্চৰ। কো-পাইলটৰ আক্ৰমণত ক্ষত বিক্ষত হৈ পৰিছিল হাত।...

কৃষক পঞ্জীয়নত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ’বঃ মন্ত্ৰী পীযুষ হাজৰীকা

জিলা কৃষি বিষয়াসকলৰ সৈতে জৰুৰী পৰ্যালোচনা বৈঠক কৃষি মন্ত্ৰী পীযুষ হাজৰীকাৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ৰাজ্যৰ জিলা কৃষি বিষয়াসকলৰ...

মৃত্যুৰ পিছত অংগদান অসম ৰাইফলছৰ জোৱানৰ; নাগালেণ্ডত গুলীবিদ্ধ হৈ মৃত্যু অসম ৰাইফলছৰ জোৱান ভি তেজাৰ

নাগালেণ্ডত অভিযানকালীন কৰ্তব্য পালন কৰি থকাৰ সময়ত গুলীৰ আঘাতত অসম ৰাইফলছৰ ৰাইফলমেন ভি তেজাৰ মৃত্যু হয়। ওড়িশাৰ ৰায়গড়া জিলাৰ বাসিন্দা তেজাই ১৫ নম্বৰ অসম...

ভাৰত-ঘানাৰ মাজত দুখন MoU স্বাক্ষৰ; বিজ্ঞান, শিক্ষা আৰু কৃষি গৱেষণাত সহযোগিতা বৃদ্ধিৰ লক্ষ্য

ভাৰত আৰু ঘানাই বৈজ্ঞানিক গৱেষণা, শিক্ষা, দক্ষতা বিকাশ, কৃষি গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে দুখন বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰিছে। ঘানালৈ বৈদেশিক...

হানী ট্ৰেপিঙৰ জালত বেংক মেনেজাৰ; লুটিলে ৩.১৫ লাখ টকা

যোৰহাটত হানী ট্ৰেপিং চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযোগ অনুসৰি, প্ৰথমে চিনাকি, তাৰ পিছত ঘনিষ্ঠতা আৰু শেষত ব্লেকমেইলিং। এনেদৰে কৌশলেৰে ধন সংগ্ৰহ কৰিছিল এটা চক্ৰই। চক্ৰটোৰ...

Popular