দৈনিক বাতৰি

চিকনা জৌহৌলাউ ৰাষ্ট্ৰীয় উদ্যান বেদখলমুক্ত কৰাৰ বিশেষ পদক্ষেপ বিটিচি প্ৰশাসনৰ: ৭৫টা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা

ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাৰ দেউশ্ৰীত অৱস্থিত চিকনা জৌহৌলাউ (চিকনাঝাৰ) ৰাষ্ট্ৰীয় উদ্যান বেদখলমুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বিটিচি প্ৰশাসনে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত অবৈধভাৱে নতুনকৈ...

পাম অইল খেতিৰে অসমৰ কৃষি অৰ্থনীতিলৈ নতুন দিগন্তৰ সূচনা দুধনৈৰ হৰকান্ত বসুমতাৰীৰ

পাম অইলৰ খেতিৰে অসমৰ গ্ৰাম্য অৰ্থনীতিত নতুন দিগন্তৰ সূচনা দুধনৈৰ কৃষকৰ। দুধনৈৰ আদৰ্শ যুৱ কৃষক হৰকান্ত বসুমতাৰীলৈ ‘অসম গৌৰৱ ২০২৫’। স্বীকৃতিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত...

বুলেটপ্ৰুফ কাঁচৰ নিৰাপত্তাৰ মাজত অনুৰাগীক সম্ভাষণ অমিতাভ বচ্চনৰ; জলছাত আক্ৰমণৰ ভাবুকিৰ পিছতে কটকটীয়া নিৰাপত্তা

বলীউডৰ মহাতাৰকা অমিতাভ বচ্চনে দেওবাৰে মুম্বাইৰ জুহুত অৱস্থিত নিজৰ বাসগৃহ ‘জলছা’ৰ বাহিৰত সমবেত হোৱা অনুৰাগীসকলক এইবাৰ বুলেটপ্ৰুফ কাঁচৰ আঁৰৰ পৰা হাত জোকাৰি সম্ভাষণ জনায়।...

মণিপুৰত পুনৰ গোষ্ঠীগত সংঘৰ্ষ, ২৪ ঘণ্টাত ৫জনৰ মৃত্যু; ২জন কুকি যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদত নামিল হাজাৰ হাজাৰ লোক

২০২৩ চনৰ ভয়ংকৰ গোষ্ঠীগত সংঘৰ্ষত ২০০ৰো অধিক লোকৰ মৃত্যু হোৱা মণিপুৰত পুনৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। দেওবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, বিগত ২৪ ঘণ্টাৰ...

১ জানুৱাৰীৰ পৰা বিমানৰ টিকটৰ ভাড়াৰ ক্ষেত্ৰত নতুন নিয়ম, অত্যধিক ভাড়া আদায় কৰিলে হস্তক্ষেপ কৰিব কেন্দ্ৰই; চাহিদা অনুসৰি ভাড়া নিৰ্ধাৰণ কৰিব বিমান সংস্থাই

বিমান যাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা দেশত কাৰ্যকৰী হ’ব বিমানৰ টিকটৰ ভাড়া নিৰ্ধাৰণৰ নতুন নীতি। ‘ভাৰতীয় বায়ুযান নিয়ম, ২০২৬’ (Indian...

Popular