Browsing Category

দৈনিক বাতৰি

নাগালেণ্ডৰ ৬খন জিলাত নপৰিল এটাও ভোট

নাগালেণ্ডৰ ৬খন জিলাত নপৰিল এটাও ভোট। এই ৬খন জিলাত ভোট বৰ্জন কৰিলে ভোটাৰসকলে। ইষ্টাৰ্ণ নাগালেণ্ড পিপুলছ অৰ্গেনাইজেশ্যনে দিছিল ভোট

২১ ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২টা সমষ্টিত ভোটগ্ৰহণ

আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ২১ ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২টা সমষ্টিত ভোটগ্ৰহণপ্ৰথম পৰ্যায়ত মুঠ ভোটাৰৰ

আৰক্ষীত ভৰ্তি হৈ দেশৰ সেৱা কৰিবৰ বাবে প্ৰতিজ্ঞাবদ্ধ মাজনী লয়িং

দায়িত্ব সকলোৰে থাকে। এই ধৰক আপোনাৰ দায়িত্ব নিৰ্ধাৰিত সময়ৰ ভিতৰত আপুনি কাম এটা সম্পাদন কৰি দিব লাগে। কোনোজনৰ দায়িত্ব বৃদ্ধ ৰুগীয়া

ডেৰশ কোটি টকাৰ সম্পত্তিৰ গৰাকী ধুবুৰীৰ সাংসদ আজমল

৫ বছৰত বদৰুদ্দিন আজমলৰ বৃদ্ধি ২ গুণ সম্পত্তিডেৰশ কোটি টকাৰ সম্পত্তিৰ গৰাকী ধুবুৰীৰ সাংসদ আজমল২০১৯ত ৭৮.৮০ কোটি টকাৰ সম্পত্তি আছিল

মেঘালয়ৰ ইষ্ট গাৰো হিলছৰ ওৱাগাচিত নৃশংস ঘটনা

মেঘালয়ৰ পূৱ গাৰো পাহাৰ জিলাৰ ওৱাগাচিত সংঘটিত এক শিহৰণকাৰী ঘটনা। অচিনাক্ত দুৰ্বৃত্তই ওৱাগাচিৰ বনাঞ্চলত গোৱালপাৰাৰ ৩ জন যুৱকক

মুষলধাৰ বৃষ্টিত মধ্যপ্ৰাচ্যৰ বিভিন্ন স্থানত বানপানী

বানৰ গ্ৰাসত মৰুভূমিমুষলধাৰ বৃষ্টিত মধ্যপ্ৰাচ্যৰ বিভিন্ন স্থানত বানপানীবানৰ গ্ৰাসত ওমানত উটি গ’ল ১৮ গৰাকী লোকউটি যোৱা লোকৰ ভিতৰত

বাটলাৰৰ শতকটো নিশ্চিতভাৱে মই দেখা শীৰ্ষ পাঁচটা শ্ৰেষ্ঠ ইনিংছৰ অন্যতম: ৰভমেন…

টি-২০ ক্ৰিকেটত এতিয়ালৈকে আমি বহু স্মৰণীয় ইনিংছ দেখাৰ সৌভাগ্য হৈছে৷ কিন্তু ইডেন গাৰ্ডেনত জ’ছ বাটলাৰে যি শতকীয় ইনিংছ খেলিলে সেয়া মই