দৈনিক বাতৰি

প্ৰথমবাৰ ৰাষ্ট্ৰপতি হোৱাৰ সময়তে ট্ৰাম্পে সকলো দেশৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছিল; পৰিকল্পনাটো এটা কাৰণত বিফল হৈছিল!

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰ ক্ষমতালৈ আহি ড’নাল্ড ট্ৰাম্পে বিভিন্ন দেশৰ পণ্যৰ ওপৰত বৰ্দ্ধিত শুল্ক আৰোপৰ সিদ্ধান্ত লৈছিল। কিন্তু সেইবাৰ তেওঁৰ পৰিকল্পনা কাৰ্যকৰী কৰিব নোৱাৰিছিল।...

প্ৰাক্তন ৰাষ্ট্ৰপতিক গৃহবন্দী কৰি ৰখাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ!

ব্ৰাজিলৰ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি জাইৰ বোলছ’নাৰোক গৃহবন্দী কৰাৰ নিৰ্দেশ জাৰি কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপতি আলেকজাণ্ড্ৰে ডে’ মৰিয়াছে জনোৱা মতে, বোলছ’নাৰোৱে যোৱা মাহত আদালতৰ...

ডাৱৰ বিস্ফোৰণৰ ফলত হঠাৎ বানপানী! উত্তৰকাশীত উটি গ’ল বহু ঘৰ-হোটেল! শতাধিক নিৰুদ্দেশ

ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ধৰালী গাঁৱত প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছে। পানীৰ তীব্ৰ সোঁতত গাঁৱৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে বহু ঘৰ-বাৰী ধ্বংস...

মিউজিয়ামলৈ ৰূপান্তৰিত হ’ব শ্বেখ হাছিনাৰ বাসগৃহ

মিউজিয়ামলৈ ৰূপান্তৰিত হ’ব শ্বেখ হাছিনাৰ বাসগৃহ। বাংলাদেশৰ প্ৰধানমন্ত্ৰী ৰূপে হাছিনা আছিল এই গণ ভৱনত। তদাৰকী চৰকাৰে গ্ৰহণ কৰে মিউজিয়াম স্থাপনৰ সিদ্ধান্ত। ‘জুলাই ৰিভলিউশ্যন মেমৰিয়েল...

গোৱা ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? সচেতন নহ’লে ১ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব পাৰে আপুনি!

গোৱা ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে সতৰ্ক হওক। লাখ টকাৰ জৰিমনাৰ সন্মুখীন হ’ব পাৰে আপুনি। সমুদ্ৰৰ তীৰত বহুতে সুৰাপান কৰে, য’ত-ত’ত বটল ভাঙে, বা...

Popular