দৈনিক বাতৰি

জাগীৰোডত পুনৰ ই-ৰিক্সা চালকৰ দৌৰাত্ম্য! মহিলাক ডিঙি চেপি আক্ৰমণ, অশালীন গালি-গালাজ

জাগীৰোডৰ ৰে’লৱে উৰণ সেতুৰ তলত দিনকদিনে বৃদ্ধি পাইছে ই-ৰিক্সা চালকৰ দৌৰাত্ম্য। এইবাৰ সন্তানসহ ঘৰলৈ উভতি যোৱা এগৰাকী মহিলাক অশালীন গালি-গালাজ কৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ...

বানপানী-গৰাখহনীয়াৰ সৈতে যুঁজিবলৈ মাজুলীত ‘স্মাৰ্ট ভিলেজ’ প্ৰকল্প, আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ লক্ষ্য ২খন গাঁও

বানপানী আৰু গৰাখহনীয়াৰ অবিৰত ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ মাজুলীত গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ। অষ্ট্ৰেলিয়া চৰকাৰৰ আৰ্থিক সহযোগিতাৰে মাজুলীত ৰূপায়ণ কৰা হৈছে ‘স্মাৰ্ট...

দীপকেৰ বিদেশী ধন, ৰাঙ্কাৰ পাকিস্তান সংযোগ! CJP-ক লৈ বিস্ফোৰক অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ

CJP-ৰ বিদেশী পুঁজিৰ অভিযোগক লৈ তীব্ৰ চাঞ্চল্য। ভাৰতক দুৰ্বল কৰাৰ লক্ষ্যৰে গঠন কৰা হৈছে CJP। এইবাৰ ককৰোচ জনতা পাৰ্টি (CJP)-ৰ বিৰুদ্ধে শত্ৰু দেশৰ সৈতে...

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ১৫ সংখ্যক মৃত্যু দিৱস পালন; সময় গগৈক প্ৰদান কৰা হ’ব ‘ভূপেন হাজৰিকা হিতৈষী বঁটা’

বিশ্ববৰেণ্য শিল্পী, ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ১৫ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে মহান শিল্পীগৰাকীক স্মৰণ কৰা হৈছে। গীতে-মাতে, শ্ৰদ্ধা আৰু স্মৃতিৰে...

পথ দুৰ্ঘটনাত অকাল মৃত্যু শিৱসাগৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পল্লৱ শইকীয়া, পল্লৱ শইকীয়াক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ‘সাংগঠনিক শ্বহীদ’ ঘোষণা

শোকাৱহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা শিৱসাগৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পল্লৱ শইকীয়াক সংগঠনটোৱে ‘সাংগঠনিক শ্বহীদ’ হিচাপে ঘোষণা কৰিছে। উল্লেখ্য যে, বুধবাৰে...

Popular