দৈনিক বাতৰি

ACA ক্ৰিকেট একাডেমীত দেশৰ অন্যতম বৃহৎ ইনড’ৰ ক্ৰিকেট সুবিধা মুকলি

উত্তৰ গুৱাহাটীৰ ফুলুঙত থকা এচিএ ক্ৰিকেট একাডেমীত দেশৰ অন্যতম বৃহৎ ইনড’ৰ ক্ৰিকেট সুবিধা উদ্বোধন কৰা হয়। বিচিচিআইৰ সন্মানীয় সম্পাদক দেৱজিৎ শইকীয়াই এচিএৰ সম্পাদক সনাতন...

মহানগৰীৰ বিড়ম্বনা! গুৱাহাটীত আকৌ বান…

মানুহ গৈ চন্দ্ৰ পালেগৈ, সৌ সিদিনা মহাকাশত বহুকেইটা মাহ থাকি পৃথিৱীলৈ উভতি আহিল সুনীতা উইলিয়ামছ। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ইমান জয়জয় ময়ময় অৱস্থাৰ দিনতো কিন্তু সলনি...

নতুন দিল্লীত মোদী-পুটিনৰ বৈঠক : বাণিজ্য, প্ৰতিৰক্ষা আৰু ইউক্ৰেইন যুদ্ধক লৈ গুৰুত্বপূৰ্ণ আলোচনা

নতুন দিল্লীত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক। দুয়োখন দেশৰ মাজৰ কৌশলগত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ...

ডিব্ৰুগড়ৰ ডনবস্কো’ স্কুলত ১২ ছাত্ৰৰ আঘাতৰ ঘটনা, আৰম্ভ তদন্ত

ডিব্ৰুগড়ৰ ডনবস্কো' এইচ এছ স্কুলত সংঘটিত এক উদ্বেগজনক ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে জিলা প্ৰশাসনে। ১০ ছেপ্টেম্বৰত বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ ১২গৰাকী ছাত্ৰই হাতত আঘাত...

UGC NET-ত উজলিল মৰিয়নীৰ নাংমু বুঢ়াগোহাঁই

জীৱনৰ কঠিন পৰিস্থিতিকো হেলাৰঙে নেওচি UGC NET ২০২৬ পৰীক্ষাত উজ্জ্বল সাফল্য অৰ্জন কৰিলে মৰিয়নী পুখুৰীয়াৰ নাংমু বুঢ়াগোহাঁইয়ে। ৯৯.৩৪ শতাংশ নম্বৰ লাভ কৰি যুৱতীগৰাকীয়ে গৌৰৱ...

Popular