দৈনিক বাতৰি

আন্তঃৰাষ্ট্ৰীয় বিকিনি দিৱসৰ ৭৫ বছৰ; এই দিনটোকলৈ কিছু নজনা কথা

প্ৰতিবছৰে ৫ জুলাইৰ দিনটো আন্তঃৰাষ্ট্ৰীয় বিকিনি দিৱস হিচাপে পালন কৰা হয়। বিকিনি হৈছে আটাইতকৈ আৰামদায়ক পোছাক।অৱশ্যে, সাংস্কৃতিক সীমা আৰু সুৰক্ষাৰ সমস্যাৰ দৰে কিছুমান কাৰকৰ...

আহি আছে কাজল আগৰৱালৰ নতুন ছবি ‘উমা’

গুৱাহাটী, ৫ জুলাই, NKTV: অভিনেত্ৰী কাজল আগৰৱাল বৰ্তমান ব্যস্ত এখন ফেমিলী ড্ৰামাকলৈ। তথাগত সিঙৰ নতুন চলচ্চিত্ৰ ‘উমা’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব লগীয়া অভিনেত্ৰী গৰাকীয়ে কলকাতাত...

বুকুত গুলিয়াব নালাগে, ভৰিত গুলিয়াবলৈ আইনে দিছে : মুখ্যমন্ত্রী

গুৱাহাটী, ৫ জুলাই, NKTV: এখন অপৰাধ মুক্ত অসম গঢ়াৰ লক্ষ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিলে আৰক্ষীক। আজি কলাক্ষেত্ৰত...

আপুনি-মই খাই ভাল পোৱা আমেও সুদৃঢ় কৰিব পাৰে বৈদেশিক সম্পৰ্ক!

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাৰ ‘আম ৰাজনীতি’লক্ষ্য ভাৰতৰ সৈতে সম্পৰ্ক উন্নীতকৰণপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ পঠিয়ালে আম২৬০০ কিলো আম লৈ ভাৰত পালেহি...

মহিলা ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহ মিতালী ৰাজৰ

মহিলা ক্ৰিকেটত দপদপনি অব্যাহত মিতালী ৰাজৰ মহিলা ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈ ৰূপে পৰিগণিত হ’ল মিতালী আন্তৰ্জাতিক ক্ৰিকেটত ১০,০০০ৰো অধিক ৰাণ সংগ্ৰহ কৰিলে মিতালীয়ে Sports...

Popular