দৈনিক বাতৰি

SC, ST আৰু চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই আজমল চুপাৰ ৪০ৰ

গুৱাহাটী, ২১ জুন, NKTV: আজমল চুপাৰ-৪০ সন্দৰ্ভত এক সংবাদমেল। হোজাইস্থিত বদৰ‌উদ্দিন আজমলৰ বাসগৃহত ছিৰাজ উদ্দিন আজমলৰ সংবাদমেল। উক্ত সংবাদ মেলত আজমল চুপাৰ -৪০ ৰ কেতবোৰ...

ক’ভিড সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নতুন SOP

গুৱাহাটী, ২১ জুন, NKTV: ক’ভিড সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নতুন SOP। কাইলৈৰ পৰা প্ৰযোজ্য হ’ব নতুন নিৰ্দেশনা। অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব আন্তঃজিলা যাতায়াত। ৰাজ্যৰ ৮খন জিলাত শিথিল...

কান্তা প্ৰসাদৰ আত্মহননৰ চেষ্টা! পুনৰ বিপদত গৌৰৱ ৱাছন

YouTuberগৌৰৱ ৱাছনৰ বিৰুদ্ধে "বাবা কা ধাবা"ৰ মালিক কান্তা প্ৰসাদৰ ধন আত্মসাতৰ অভিযোগআৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বিস্ফোৰক তথ্যগৌৰৱ ৱাছনক ক্ষমা বিচাৰিও গোচৰ উঠাই লোৱা নাছিল...

বকোৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰত কলাগুৰু বিষ্ণুৰাভা দিৱস পালন

গুৱাহাটী, ২০ জুন, NKTV: সমগ্ৰ ৰাজ্যৰ লগতে আজি বকোৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰতো ৰামসৰস্বতী সাহিত্য সভাই ৫২সংখ্যক কলাগুৰু বিষ্ণুৰাভাৰ স্মৃতি দিৱস উদযাপন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত...

অসমৰ নৱনিযুক্ত মহাধিবক্তা দেৱজিত শইকীয়াক গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ সম্বৰ্ধনা

গুৱাহাটী, ২০ জুন, NKTV: অসম চৰকাৰৰ নৱ নিযুক্ত মহাধিবক্তা ৰাজ্যৰ বিশিষ্ট আইনবিদ তথা ক্রীড়া সংগঠক দেৱজিত শইকীয়া(লন)ক আজি তেওঁৰ বাসগৃহত গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ এটা প্ৰতিনিধি...

Popular