দৈনিক বাতৰি

কাইলৈৰ পৰা অম্বুবাচী; ক’ভিডৰ বাবে এইবাৰো অনুষ্ঠিত নহয় মেলা

গুৱাহাটী, ২১ জুন, NKTV: কাইলৈ পৰা অম্বুবাচী মেলা। কিন্তু ক’ভিডৰ কাৰণে এইবাৰো অনুষ্ঠিত নহয় অম্বুবাচী মেলা। খোল নাখায় কামাখ্যা ধামৰ মুখ্য দুৱাৰ। কিন্তু অম্বুবাচী মেলাৰ...

অলিম্পিকত প্ৰৱেশৰ বাবে হিমাৰ অন্তিমটো সুযোগ

পাটিয়ালাত চতুৰ্থ ভাৰতীয় গ্ৰাঁ প্ৰিত হিমা দাসৰ সাফল্য৪x১০০ ৰিলে’ ৰেচত স্বৰ্ণ জয় হিমা দাস আৰু তেওঁৰ ৩ সহযোগীৰস্বৰ্ণজয়ী দলটোৰ আন সদস্যসকল: এ শুচিন্দ্ৰন, ধনলক্ষ্মী,...

ইউৰো কাপত আজি ৪ খন খেল

ইউৰো কাপত বৃহৎ জয় ছুইজাৰলেণ্ডৰতুৰস্কক সোমবাৰে ৩-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে ছুইচ দলটোৱেৱেলছক ১-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰিলে ইটালীয়েইউৰো কাপত আজি ৪ খন খেল গুৱাহাটী,...

জোনাইৰ বনাঞ্চলত গছৰ গুটি সিঁচিলে এদল ছাত্ৰ-ছাত্ৰীয়ে

প্ৰকৃতিৰ মোহত মোহাচ্ছন্ন এদল ছাত্ৰ-ছাত্ৰীপ্ৰকৃতি সংৰক্ষণৰ অভিনৱ পদক্ষেপগতানুগতিকতাৰ বিপৰীতে অগতানুগতিক কাৰ্যপ্ৰকৃতি সংৰক্ষণৰ বাবে গছৰ গুটি সিঁচিলেজোনাইৰ পবা সংৰক্ষিত বনাঞ্চলত সিঁচিলে বীজজোনাই বালিকা মহাবিদ্যালয়ৰ ছাত্ৰীৰ...

চৰকাৰে গম নোপোৱাকৈ ৰাইজে নিৰ্মাণ কৰিছে ৰ’পৱে

চহৰ বা মহানগৰত নহয়এখন ভিতৰুৱা গাঁৱত নিৰ্মাণ হৈছে এখন ৰ’পৱেচৰকাৰে গম নোপোৱাকৈ ৰাইজে নিৰ্মাণ কৰিছে ৰ’পৱে গুৱাহাটী, ২১ জুন, NKTV: চৰকাৰে একো সুবিধা কৰি নিদিলে, কি...

Popular