দৈনিক বাতৰি

বুকুত গুলিয়াব নালাগে, ভৰিত গুলিয়াবলৈ আইনে দিছে : মুখ্যমন্ত্রী

গুৱাহাটী, ৫ জুলাই, NKTV: এখন অপৰাধ মুক্ত অসম গঢ়াৰ লক্ষ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিলে আৰক্ষীক। আজি কলাক্ষেত্ৰত...

আপুনি-মই খাই ভাল পোৱা আমেও সুদৃঢ় কৰিব পাৰে বৈদেশিক সম্পৰ্ক!

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাৰ ‘আম ৰাজনীতি’লক্ষ্য ভাৰতৰ সৈতে সম্পৰ্ক উন্নীতকৰণপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ পঠিয়ালে আম২৬০০ কিলো আম লৈ ভাৰত পালেহি...

মহিলা ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহ মিতালী ৰাজৰ

মহিলা ক্ৰিকেটত দপদপনি অব্যাহত মিতালী ৰাজৰ মহিলা ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈ ৰূপে পৰিগণিত হ’ল মিতালী আন্তৰ্জাতিক ক্ৰিকেটত ১০,০০০ৰো অধিক ৰাণ সংগ্ৰহ কৰিলে মিতালীয়ে Sports...

মহাকাশলৈ দ্বিতীয় গৰাকী ভাৰতীয় বংশোদ্ভৱ চিৰিশা বান্দলা

গুৱাহাটী, ৩ জুলাই, NKTV: কল্পনা চাওলাৰ পিছত ভাৰতীয় বংশোদ্ভৱ চিৰিশা বান্দলাই এই মাহৰ শেষৰ ফালে মহাকাশলৈ যোৱা দ্বিতীয় গৰাকী ভাৰতীয় বংশোদ্ভৱ মহিলা হিচাপে বিবেচিত হ'ব। বান্দলা...

ক’ভিডৰ তৃতীয় ঢৌৱে ভাৰতবাসীক চুব নোৱাৰে :

গুৱাহাটী, ৩ জুলাই, NKTV: ক'ভিডৰ তৃতীয় ঢৌৱে ভাৰতবাসীক চুব নোৱাৰে। মঙলবাৰে এই তাৎপর্যপূৰ্ণ মন্তব্য কৰিলে AIIMS দিল্লীৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই। ক'ভিডৰ তৃতীয় ঢৌ সন্দৰ্ভত নিজৰ...

Popular