দৈনিক বাতৰি

আজি কেবিনেট বৈঠকত কি কি সিদ্ধান্ত হ’ল?

গুৱাহাটী, ৭ জুলাই, NKTV: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি (৭ জুলাই) অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ: ▶️ এতিয়াৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনৰ সকলোবোৰ চৰকাৰী কাৰ্যসূচী তথা...

ডেল্টা ভেৰিয়েণ্ট কি? ভেকচিনে সুৰক্ষা দিব পাৰিব নে?

পূৰ্বৰ মাহবোৰত ৰাইজে ৰখা নিজৰ দৃঢ় স্থিতি যদি শিথিল কৰে, নিশ্চিতভাৱে আন এক লহৰ আহিব : ডাঃ অনুৰাগ আগৰৱাল, সঞ্চালক, Institute of Genomics and...

বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ; গুৱাহাটী মহানগৰীলৈ ভাবুকি!

গুৱাহাটী, ৬ জুলাই, NKTV: বিগত কেইদিনমানৰ পৰা ৰাজ্যত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলস্বৰূপে বৃদ্ধি পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীলৈ ভাবুকি কঢ়িয়াইছে বৰ্ধিত পানীয়ে।...

ক্ৰমশঃ সুস্থ হৈ উঠিছে অভিনেতা দিলীপ কুমাৰ

গুৱাহাটী, ৬ জুলাই, NKTV: শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ বাবে চিকিৎসাধীন হোৱা বলীউডৰ বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰৰ অৱস্থাৰ কিছু উন্নতি হৈছে। এই বিষয়ে জানিবলৈ দিছে বলীউডৰ এসময়ৰ মোহময়ী অভিনেত্ৰী...

আন্তঃৰাষ্ট্ৰীয় বিকিনি দিৱসৰ ৭৫ বছৰ; এই দিনটোকলৈ কিছু নজনা কথা

প্ৰতিবছৰে ৫ জুলাইৰ দিনটো আন্তঃৰাষ্ট্ৰীয় বিকিনি দিৱস হিচাপে পালন কৰা হয়। বিকিনি হৈছে আটাইতকৈ আৰামদায়ক পোছাক।অৱশ্যে, সাংস্কৃতিক সীমা আৰু সুৰক্ষাৰ সমস্যাৰ দৰে কিছুমান কাৰকৰ...

Popular