খ্ৰীষ্টান-মুছলমানক নহয়, হিন্দু সমাজক ক্ষমা খোজক অখিলে

গো সুৰক্ষা আইন সন্দৰ্ভত দেওবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধান সভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সংবাদমেলযোগে কেতবোৰ মন্তব্য প্ৰকাশ কৰাৰ পিছত সোমবাৰে বিজেপিৰ ৰাজ্যিক উপ সভাপতি লক্ষ্য কোঁৱৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অখিল গগৈৰ মন্তব্যক তীব্ৰ গৰিহণা জনাই কয় যে অখিল গগৈৰ মন্তব্য বহুৱালিহে মাত্ৰ। গ্ৰাম্য অৰ্থনীতি ভাঙি যাব বুলি অখিল গগৈয়ে অপ্ৰাসংগিক মন্তব্য কৰিছে। মহাত্মা গান্ধীৰ মন্তব্যক বিকৃত কৰিছে অখিল গগৈয়ে। মুছলমান আৰু খ্ৰীষ্টানক ক্ষমা খোজাতকৈ হিন্দু সমাজক ক্ষমা খোজক বিধায়ক অখিল গগৈয়ে। আমিনুল ইছলামে অনা ১০ কোটি টকাৰ অভিযোগ তল পেলাবলৈ ঢাল হিচাপে লৈছে নেকি গো ৰক্ষাক – এইদৰে সংবাদমেলত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ উঠে বিজেপিৰ ৰাজ্যিক নেতাজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...