কাইলৈ ঘৰলৈ আহিব লাভলীনা

কাইলৈ দিল্লীৰ পৰা বৰপথাৰৰ ঘৰলৈ আহিব লাভলীনা বৰগোহাঁই। ইতিমধ্যে বৰপথাৰত লাভলীনাক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি। তাৰ পূৰ্বে আজি পুৱা লাভলীনা সহিতে অলিম্পিকৰ পদকবিজয়ী সকলৰ সৈতে পুৱাৰ আহাৰ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এখন বাছত পদকবিজয়ী সকলক লৈ যোৱা হয় প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহলৈ। খেলুৱৈসকলৰ সৈতে পুৱাৰ আহাৰ গ্ৰহণ কৰিয়েই আৰু অধিক উৎসাহ-উদ্যমেৰে খেলি যাবলৈ উৎসাহ দিয়ে। লগতে পদকবিজয়ী সকল দেশৰ উদীয়মান খেলুৱৈসকলৰ বাবে অনুপ্ৰেৰণাৰ উত্স বুলি মন্তব্য কৰে মোদীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...