দৈনিক বাতৰি

জামুগুৰিত অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ

ৰাজ্যৰ ৭খনকৈ জিলাত সম্পূৰ্ণ লকডাউন বলৱৎ থকা সত্বেও প্ৰতিদিনে অধিক জটিল ৰূপ লৈছে ক’ভিডজনিত পৰিস্থিতিয়ে। কেইবাখনো জিলাত পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে যিকোনো...

ক’ভিড নিয়ন্ত্ৰণত ‘চূড়ান্ত ব্যৰ্থ’ উপায়ুক্তক বদলি!

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গোলাঘাটত চন্দ্ৰমোহন পাটোৱাৰীক’ভিড নিয়ন্ত্ৰণৰ বাবে কঠোৰ পদক্ষেপ চৰকাৰৰগোলাঘাটৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙক বদলিমে’ মাহৰ শেষভাগতহে যোগদান কৰিছিল সিঙেবিগত দুসপ্তাহ ধৰি গোলাঘাটত ক’ভিডৰ...

৪৯ বছৰীয়া হ’ল ‘দাদা’ ওৰফে সৌৰভ গাংগুলী

গুৱাহাটী, ৮ জুলাই, NKTV: ৪৯ বছৰীয়া হ'ল 'দাদা' ওৰফে সৌৰভ গাংগুলীজন্মদিনৰ দিনা চ'ছিয়েল মেডিয়াত শুভকামনা জনালে তেওঁৰ অগণন অনুৰাগীয়ে টিম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰু ভাৰতৰ অন্যতম সফল...

আজি প্ৰয়াত ধৰ্মনিৰপেক্ষ ৰাজনীতিবিদ জ্যোতি বসুৰ ওপজা দিন

গুৱাহাটী, ৮ জুলাই, NKTV: জ্যোতি বসু…বিংশ শতিকাৰ ভাৰতীয় ৰাজনীতিক সমৃদ্ধ কৰা এটি অন্যতম চৰিত্ৰ কেৱল ভাৰতীয় ৰাজনীতিতেই নহয়, সমগ্ৰ দক্ষিণ এছিয়াত বাওঁপন্থী চেতনাৰ বিকাশত তেওঁৰ অৱদান আছিল...

ৰিয়েল লাইফৰ ‘বজৰংগী ভাইজান’

পথৰ জীৱ-জন্তুবোৰেও বিচাৰে মানুহৰ অকণমান মৰম, অকণমান সহানুভূতি এনে মৰম আকলুৱা প্ৰাণীবোৰৰ বাবে পৃথিৱীত আছে স্বপ্নিল চোনিৰ দৰে বহুলোক ৰিল লাইফ নহয়, আজি ক’ম ৰিয়েল লাইফৰ...

Popular