দৈনিক বাতৰি

১ ছেপ্টেম্বৰৰ পৰা অসমত সম্পূৰ্ণ আনলক: হিমন্ত বিশ্ব শৰ্মা

১ ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ আনলক: হিমন্ত বিশ্ব শৰ্মাএতিয়াই ৰাজহুৱা পৰিবহণ সম্পূৰ্ণ খুলি দিব পৰা নাযায়১ ছেপ্টেম্বৰৰ পিছত ৰাজহুৱা পৰিবহণ খুলি দিয়া হ’বএতিয়াই ৰাজহুৱা পৰিবহণ...

মই CM হৈ থকালৈকে বৰঝাৰ বিমানবন্দৰৰ নাম সলনি কৰিব নিদিওঁ : হিমন্ত বিশ্ব

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাম সলনি কৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াক লৈ বিতৰ্কৰো সৃষ্টি হৈছে ইতিমধ্যে। বুধবাৰে বিতৰ্কিত বিষয়টোক লৈ...

গুৱাহাটীৰ পৰা বাহিৰলৈ যাব নোৱাৰিব, বাহিৰৰ পৰাও আহিব নোৱাৰিব!

বুধবাৰে পুৱা ৫ বজাৰে পৰা ৰাজ্যত প্ৰযোজ্য হ’ব নতুন SOP। কামৰূপ মহানগৰ জিলাক বাদ দি অন্যান্য জিলাসমূহত ক্ষেত্ৰত আন্তঃজিলা যাতায়াত যথেষ্ট শিথিল। স্বাস্থ্যমন্ত্ৰী কেশৱ...

কি হ’ব আফগানিস্তানৰ ভৱিষ্যৎ? তালিবানৰ বিৰুদ্ধে একত্ৰিত হ’ব নে বিশ্ব?

কি হ’ব সাধাৰণ আফগানিস্তানবাসীৰ ভৱিষৎ? দুই দশকৰ মূৰত পুনৰবাৰ আফগানিস্তান দখল কৰাৰ পিছত এতিয়া সমগ্ৰ আফগানিস্তানতে আৰম্ভ হৈছে তালিবানৰাজ। চৌদিশে আতংক, অনিশ্চয়তা। আফগানিস্তানত থকা...

তালিবানক লৈ আশ্বস্ত হ’ব পৰা নাই আফগান নাগৰিক

আফগান চৰকাৰক ওফৰাই সমগ্ৰ আফগানিস্তান দখল কৰাৰ পিছত এতিয়া শংকিত সমগ্ৰ বিশ্ব। ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ পলায়নৰ পিছতে দেশখনত আৰম্ভ হৈছে তালিবানীৰাজ। আফগানিস্তানৰ চৌদিশে এতিয়া...

Popular