দৈনিক বাতৰি

সান্ধ্য আইনক লৈ ৰাজ্যত নতুন SOP

৭খন জিলাক বাদ দি সকলো জিলাতে ৪ বজাৰ পৰা বন্ধ হ’ব১ বজাত বন্ধ, ২ বজাত সান্ধ্য আইন কোনো জিলাত নাথাকিবঅহা বুধবাৰৰ পৰা প্ৰযোজ্য হ’ব...

মোদী কেবিনেটত কোটিপতি–অপৰাধীৰ সমাহাৰ

গুৱাহাটী, ১০ জুলাই, NKTV: মোদী কেবিনেটত ভিৰ বাঢ়িছে কোটিপতি আৰু অপৰাধী মন্ত্ৰীৰ। মন্ত্ৰীসভাৰ ৯০ শতাংশ সদস্য কোটিপতি হোৱাৰ বিপৰীতে ৪২ শতাংশৰ বিৰুদ্ধে আছে ফৌজদাৰী গোচৰ। ASSOCIATION...

১৭ জুলাইত অসমলৈ RSSৰ মুৰব্বী মোহন ভাগৱত

গুৱাহাটী, ১০ জুলাই, NKTV: অহা ১৭ জুলাইত ৪ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব RSSৰ মুৰব্বী মোহন ভাগৱত। বিভিন্ন সাংগঠনিক কাৰ্যসূচীৰে অসমলৈ আহিবলগীয়া সংঘ প্ৰধানজনে বিষয়ববীয়াসকলকো সাক্ষাৎ কৰিব।...

ৰাজ্যজুৰি ক’ভিড ভেকচিনৰ ব্যাপক নাটনি

গুৱাহাটী, ১০ জুলাই, NKTV: সাৰ্বজনীন ভেকচিনৰ নামত ঢাক-ঢোল বজাই অৱশেষত এফালৰ পৰা ভেকচিনৰ শিবিৰ বন্ধ কৰিবলগীয়াৰ দৰে অৱস্থা হৈছে। সাৰ্বজনীন টিকাকৰণ আৰম্ভ হোৱাৰ তিনি দিনত...

লাওপানী খালে নহয় কৰ’না!

গুৱাহাটী, ১০ জুলাই, NKTV: জামুগুৰিহাটত আৰক্ষীৰ সন্মুখত এজন ব্যক্তিয়ে আগবঢ়ালে কৰ'নাৰ পৰা ৰক্ষা পৰাৰ উপায়। কৰ'না মহামাৰীৰ বাবে তেওঁ হেনো বহুত কষ্টৰ সম্মুখীন হ'বলগীয়া হৈছে। সন্ধিয়া...

Popular