১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ৬,৬৬২টা (AB/UB) কনিষ্টবল পদৰ PST/PET প্ৰক্ৰিয়া

৬৬৬২ (AB/UB)টা কনিষ্টবল পদৰ বাবে প্ৰক্ৰিয়া PST/PETঅহা ১ ছেপ্তেম্বৰ তাৰিখৰ পৰা আৰম্ভ হ’ব। ১৫খন জিলাৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰ বাবে প্ৰাৰ্থীসকলে ২০ আগষ্ট তাৰিখৰ পৰা প্ৰৱেশপত্ৰ ডাউনলোড কৰিব পাৰিব।

নিম্নলিখিত ১৫খন জিলাত ১ ছেপ্তেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰিব পি.এছ.টি./পি.ই.টি –
১) বিশ্বনাথ, ২) চিৰাং, ৩) দৰং,৪) ধেমাজি, ৫) ধুবুৰী, ৬) হাইলাকান্দি,৭) হোজাই, ৮) যোৰহাট, ৯) মৰিগাঁও, ১০) কামৰূপ (মহানগৰ), ১১) কৰিমগঞ্জ, ১২) কাৰ্বি আংলং, ১৩) শিৱসাগৰ, ১৫) শোণিতপুৰ আৰু ১৬) ওদালগুৰি।

ওপৰোক্ত জিলাসমূহৰ প্ৰাৰ্থীসকলে ২০ আগষ্ট তাৰিখৰ পৰা পিএছটি/পিইটিৰ বাবে তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ সক্ষম হ’ব। অৱশ্যে, ইয়াৰ পূৰ্বে পিএছটি/পিইটিত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে পুনৰ উপস্থিত হোৱাৰ প্ৰয়োজন নাই। ওপৰোক্ত জিলাৰ প্ৰাৰ্থীসকলক তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ অনুৰোধ কৰা হৈছে যিবোৰ SLPRBৰ ৱেবছাইট www.slprbassam.inউপলব্ধ হ’ব। এডমিট কাৰ্ড ডাউনলোড কৰাত অসুবিধাৰ সন্মুখীন হোৱা প্ৰাৰ্থীয়ে লগে লগে হেল্প লাইন নং-8826762317 বা ইমেইলৰ জৰিয়তে যোগাযোগ কৰিব পাৰে helpdesk.admitcard@gmail.com। পিএছটি/পিইটি সম্পৰ্কীয় জাননী আৰু বাকী 15 খন জিলাৰ বাবে এডমিট কাৰ্ড ডাউনলোড কৰা সম্পৰ্কে শীঘ্ৰেই প্ৰকাশ কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...