দৈনিক বাতৰি

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজাৰ পোষকতা ভাৰতৰ

বৃহস্পতিবাৰে কাবুল বিমানবন্দৰত সংঘটিত আত্মঘাতী আক্ৰমণক গৰিহণা দিছে ভাৰত চৰকাৰে। দেশখনৰ জনসাধাৰণক সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়াবলৈ সাজু ভাৰতবৰ্ষ। একে সময়তে, নতুন দিল্লীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ...

জনজাতিকৰণৰ দাবীৰে ১ ছেপ্তেম্বৰৰ পৰা টাই আহোম যুৱ পৰিষদৰ ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী

টাই আহোম যুৱ পৰিষদৰ সংবাদমেল। আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবী। কংগ্ৰেছ-বিজেপি সকলোৱে নিৰ্বাচনী আহিলা হিচাপেহে জনজাতিকৰণৰ বিষয়টো লোৱাক লৈ ক্ষোভ টাই আহোম যুৱ পৰিষদৰ। শীঘ্ৰে...

সত্য প্ৰমাণিত NKTVৰ বাতৰি! SCRUB TYPHUSত আক্ৰান্ত চিকিৎসক–চিকিৎসাকৰ্মী

সত্য প্ৰমাণিত NKTVৰ বাতৰি। DRDO ক’ভিড কেয়াৰ হাস্পতালত SCRUB TYPHUS ৰোগ। শুকুৰবাৰে খালি কৰি দিয়া হ’ল DRDO ক’ভিড হাস্পতাল। নমুনা সংগ্ৰহ কৰা ৩৯জনৰ ভিতৰত...

ভাঙি পেলোৱা হৈছে ২২৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত বিধানসভাৰ নতুন ভৱন

অসম বিধানসভাৰ নতুন ভৱনৰ আন্তঃগাঁঠনিত বেমেজালি। পুনৰ নতুন ৰূপ দিয়া হ'ব অসম বিধানসভাৰ নতুন ভৱনক। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিৰ্দেশত ভাঙি পেলোৱা হৈছে নতুন ভৱনটো।...

কাবুল বোমা বিস্ফোৰণ : ISISয়ে প্ৰকাশ কৰিলে আত্মঘাতী বোমাৰুৰ ফটো

কাবুল বোমা বিস্ফোৰণত নিহতৰ সংখ্যা ১০৩লৈ বৃদ্ধি। আহত প্ৰায় ১৪৩জন। কালি বিমানবন্দৰৰ আবে গেটৰ সন্মুখত প্ৰথম আত্মঘাতী বিস্ফোৰণ সংঘটিত হোৱাৰ অলপ পিছতে বেৰন হোটেলৰ...

Popular