দৈনিক বাতৰি

বিশ্ব অভিলেখ সৃষ্টি ভাৰতীয় বায়ুসেনাৰ। লাডাখত ১৩,৬২৯ ফুট উচ্চতাত অৱতৰণ ভাৰতীয় বায়ুসেনাৰ IL-76MD বিমানৰ

ভাৰতীয় বায়ুসেনাই (IAF) বিমান পৰিবহণৰ ইতিহাসত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। লাডাখৰ নিয়োমা বিমানঘাটিত ১৩,৬২৯ ফুট উচ্চতাত সফলতাৰে অৱতৰণ কৰিলে ভাৰতীয় বায়ুসেনাৰ গধুৰ...

কঙ্গোত IS-ৰ সৈতে জড়িত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণ, প্ৰাণ গ’ল ৩৩ জনৰ

কঙ্গোৰ পূব প্ৰান্তৰ এখন গাঁৱত ইছলামিক ষ্টেট (IS)-ৰ সৈতে সম্পৰ্কিত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত কমেও ৩৩ জন লোক নিহত হোৱাৰ লগতে বহু...

দৰ্শনাৰ্থীক দেখিলেই গালি-গালাজ আৰু অট্টহাস্য! ৫টা ভাটৌক পৃথক কৰিলে ইংলেণ্ডৰ চিৰিয়াখানা কৰ্তৃপক্ষই

দৰ্শনাৰ্থীক দেখিলেই অশ্ৰাব্য গালি-গালাজ আৰু তাৰ পিছতে একেলগে অট্টহাস্যত ফাটি পৰে পাঁচটা আফ্ৰিকান গ্ৰে পেৰট। ভাটৌকেইটাৰ এনে আচৰণত অতিষ্ঠ হৈ অৱশেষত সিহঁতক পৃথক পৃথক...

বিলাস ইন কাণ্ডৰ দুই শিশুৰ ফটো-ভিডিঅ’ ভাইৰেলক লৈ কঠোৰ শিশু কল্যাণ সমিতি, ছমাহ কাৰাদণ্ড আৰু ২ লাখ টকা জৰিমনাৰ সকীয়নি

শিশুৰ পৰিচয় প্ৰকাশ কৰাটো আইনী অপৰাধ, সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমকো সংযম আৰু সংবাদ নৈতিকতা (Media Ethics) মানি চলিবলৈ আহ্বান CWCৰ হোটেল বিলাস ইনত সংঘটিত...

২৬ নং দৰংগাজুলি অনুসূচিত জনজাতি বিটিচি সমষ্টিৰ উপ-নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ, মুঠ ভোটাৰ ৬৮,৪৩১ গৰাকী

তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি ২৬ নং দৰংগাজুলি অনুসূচিত জনজাতি (ST) বিটিচি সমষ্টিৰ উপ-নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। অসম ৰাজ্যিক নিৰ্বাচন...

Popular